জুলাই
গ্ৰেগৰীয় বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ সপ্তম মাহ
<< | জুলাই | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
জুলাই গ্ৰেগৰীয় বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ সপ্তম মাহ। এই মাহত মুঠ ৩১ দিন।
নামকৰণ
সম্পাদনা কৰকৰোমান সেনাপতি জুলিয়াছ চিজাৰ এই মাহত জন্মগ্ৰহণ কৰিছিল। সেয়ে তেওঁৰ নামানুসাৰে এই মাহৰ নাম জুলাই ৰখা হৈছে।