জুলাই
গ্ৰেগৰীয় বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ সপ্তম মাহ
<< | জুলাই | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৫ |
জুলাই গ্ৰেগৰীয় বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ সপ্তম মাহ। এই মাহত মুঠ ৩১ দিন।
নামকৰণ
সম্পাদনা কৰকৰোমান সেনাপতি জুলিয়াছ চিজাৰ এই মাহত জন্মগ্ৰহণ কৰিছিল। সেয়ে তেওঁৰ নামানুসাৰে এই মাহৰ নাম জুলাই ৰখা হৈছে।
প্ৰতীক
সম্পাদনা কৰকৰাশিবোৰ হ’ল কৰ্কট ৰাশি (২২ জুলাইলৈকে) আৰু সিংহ ৰাশি (২৩ জুলাইৰ পৰা)।[1][2]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ The Earth passed the junction of the signs at 08:36 UT/GMT July 22, 2020, and will pass it again at 14:26 UT/GMT July 22, 2021.
- ↑ Astrology Calendar, https://www.yourzodiacsign.com/calendar/. Signs in UT/GMT for 1950–2030.