১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০  

নৱেম্বৰ গ্ৰেগৰীয় বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ একাদশ মাহ। এই মাহত মুঠ ৩০ দিন।

নামকৰণসম্পাদনা কৰক

জানুৱাৰী আৰু ফেব্ৰুৱাৰী সংযোজনৰ আগতে নৱেম্বৰ মাহটো নৱম মাহ আছিল। নৱেম্বৰ মাহটো নামৰ উৎপত্তি হয় লেটিন novem অৰ্থাৎ নৱমৰ পৰা।

তথ্যসূত্ৰসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক