নৱেম্বৰ
গ্ৰেগৰীয় বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ একাদশ মাহ
(নবেম্বৰৰ পৰা পুনঃনিৰ্দেশিত)
<< | নৱেম্বৰ | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২৪ |
নৱেম্বৰ গ্ৰেগৰীয় বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ একাদশ মাহ। এই মাহত মুঠ ৩০ দিন।
নামকৰণ সম্পাদনা কৰক
জানুৱাৰী আৰু ফেব্ৰুৱাৰী সংযোজনৰ আগতে নৱেম্বৰ মাহটো নৱম মাহ আছিল। নৱেম্বৰ মাহটো নামৰ উৎপত্তি হয় লেটিন novem অৰ্থাৎ নৱমৰ পৰা।