সদস্য:ManoharDutta/মাতৃদিৱস

(মা দিৱসৰ পৰা পুনঃনিৰ্দেশিত)
মাতৃদিৱস
মাতৃদিৱস
ঘৰতে বনোৱা এটি কেক
ভিন্ন উপায়েৰে এটি পৰিয়ালে একে লগে মাতৃদিৱস উদযাপন কৰিব পাৰে
পালন কৰে ভিন্ন দেশ
প্ৰকাৰ ঐতিহাসিক
তাৰিখ অঞ্চল বা দেশ ভেদে ভিন-ভিন
সম্পৰ্কিত পিতৃ দিৱস, শিশু দিৱস

মাতৃদিৱস মূলত: পৰিয়ালৰ আৰু পৰিয়ালকেন্দ্ৰিক সম্পৰ্কৰ প্ৰেক্ষাপটত মাতৃসকলৰ আৰু মাতৃত্বৰ প্ৰতি শ্ৰদ্ধাজ্ঞাপনৰ বাবে বিংশ শতাব্দীৰ শেষৰপিনে পশ্চিমীয়া সভ্যতাত প্ৰবৰ্তিত এটি বাৰ্ষিক উদযাপন। যুক্তৰাষ্ট্ৰৰ পশ্চিম ভাৰ্জিনিয়া অঙ্গৰাজ্যৰ গ্ৰাফ্টনত সৰ্বপ্ৰথম মাতৃদিৱসক ছুটিৰ দিন হিচাবে প্ৰবৰ্তন কৰা হয়। ইয়াৰ কৃতিত্ব আনা জাৰ্ভিচৰ। এইটো এতিয়া বিশ্বৰ বহু স্থানত মাতৃদিৱস হিচাবে বিভিন্ন দিনত পালিত হয়। পিতৃৰ প্ৰতি শ্ৰদ্ধাজ্ঞাপনৰ বাবে পিতৃদিৱস অনুৰূপ এটি ছুটিৰ দিন।

ছুটিৰ দিনটো ক্ৰমে ইমান বেছি বাণিজ্যিক হৈ পৰে যে ইয়াৰ স্ৰষ্টা আনা জাৰ্ভিচে ইয়াক এটি "হলমাৰ্ক হ’লিডে" (Hallmark Holiday) অৰ্থাত্‍ যি দিনটোৰ বাণিজ্যিক প্ৰয়োজনীয়তা অভিভূত কৰিব পৰা ধৰণৰ, সেই পৰ্যায়ৰ এটি দিন হিচাবে বিবেচনা কৰে। তেখেতে শেষত নিজে প্ৰবৰ্তন কৰা ছুটি্ৰ দিনটোৰ নিজেই বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে|

ইতিহাস সম্পাদনা কৰক

ঘোষণা সম্পাদনা কৰক

বিশ্বব্যাপী তাৰিখসমূহ সম্পাদনা কৰক

আন্তৰ্জাতিক ইতিহাস আৰু আচাৰঅনুষ্ঠান সম্পাদনা কৰক

ধৰ্ম সম্পাদনা কৰক

দেশ সম্পাদনা কৰক

আফ্ৰিকীয় দেশসমূহ সম্পাদনা কৰক

বলিভিয়া সম্পাদনা কৰক

চীন সম্পাদনা কৰক

গ্ৰীচ সম্পাদনা কৰক

ইৰান সম্পাদনা কৰক

জাপান সম্পাদনা কৰক

মেক্সিকো সম্পাদনা কৰক

নেপাল সম্পাদনা কৰক

থাইলেণ্ড সম্পাদনা কৰক

ৰোমানিয়া সম্পাদনা কৰক

ইউনাইটেড কিংডম আৰু আয়াৰলেণ্ড সম্পাদনা কৰক

মাৰ্কিন যুক্তৰাষ্ট্ৰ / কানাডা সম্পাদনা কৰক

ভিয়েটনাম সম্পাদনা কৰক

বাণিজ্যিককৰণ সম্পাদনা কৰক

টোকা সম্পাদনা কৰক

তথ্য উত্স সম্পাদনা কৰক

গ্ৰন্থ-পঞ্জী সম্পাদনা কৰক

বহিঃসংযোগ সম্পাদনা কৰক