মুক্তিনাথ শৰ্মা বৰদলৈ
এই প্ৰবন্ধটো শেহতীয়াভাৱে এজন নবাগত সদস্যই সৃষ্টি কৰিছে। প্ৰবন্ধটোৰ গুণগত মান উন্নত কৰিবৰ বাবে অধিক সম্পাদনাৰ প্ৰয়োজন আছে, কিন্তু অনুগ্ৰহ কৰি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাল ভাব পোষণ কৰি এটা গঠনমূলক পৰামৰ্শ সৃষ্টিকৰ্তা সদস্যজনৰ বাৰ্তা পৃষ্ঠাত প্ৰেৰণ কৰক। এই প্ৰবন্ধ কোনোবা এজন অভিজ্ঞ ৱিকিপিডিয়ানে (প্ৰবন্ধৰ লিখকজনৰ বাহিৰে) নিৰীক্ষণ কৰাৰ পাছত এই সাঁচটো আঁতৰাই দিব পাৰে। |
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মুক্তিনাথ শৰ্মা বৰদলৈ (ইংৰাজী: Muktinath Sarmah Bordoloi), ১৯১০-১৯৭৭) অসমৰ এগৰাকী সংগীতজ্ঞ। অসমীয়া আধুনিক সংগীত জগতলৈ তেওঁ অৱদান আগবঢ়াই গৈছে। তেওঁ সংগীতজ্ঞ কীৰ্তিনাথ শৰ্মা বৰদলৈৰ পুত্ৰ। এই পিতা-পুত্ৰৰ যুটিয়ে অসমীয়া সংগীতৰ ধাৰাটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ প্ৰথমখন নাটক শোণিত কুঁৱৰীৰ পাতনিত কীৰ্তিনাথ শৰ্মা বৰদলৈ আৰু মুক্তিনাথ শৰ্মা বৰদলৈৰ কথা উল্লেখ কৰিছে।
মুক্তিনাথ শৰ্মা বৰদলৈ | |
---|---|
জন্ম | ১৯১০ |
মৃত্যু | ১৯৭৭ |
পেচা | গীতিকাৰ,সুৰকাৰ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
বিষয় | লোকসংগীত,আধুনিক গীত,অসমীয়া অপেৰা |
উল্লেখনীয় কৰ্মৰাজি | লুইত কোঁৱৰ (১৯৩০) সুৰব-িজয় (১৯৩৪) |
মুক্তিনাথ শৰ্মা বৰদলৈয়ে সৰুৰে পৰা দেউতাকৰ সান্নিধ্যত থাকি সাহিত্য - সংস্কৃতিৰ বাটত মনোনিৱেশ কৰিছিল। তেওঁ একাধাৰে গীতিকাৰ, সুৰকাৰ,গীতি-নাট্যকাৰ, শিশু সাহিত্যিক, কবি, শিক্ষাবিদ ৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়।[1]
মুক্তিনাথ শৰ্মা বৰদলৈয়ে নিজাববীয়াকৈ প্ৰায় দুকুৰি গীত ৰচনা কৰাৰ লগতে ইয়াৰে প্ৰায়বিলাকতে সুৰো সংযোজনা কৰিছিল। আকাশবাণীৰ জৰিয়তে তেওঁৰ গীত প্ৰচাৰ হোৱাৰ লগতে সমসাময়িক কেইবাগৰাকীও জনপ্ৰিয় তথা প্ৰতিষ্ঠিত শিল্পীয়ে তেখেতৰ গান গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ কৰিছিল। তেখেতৰ গান যিসকল শিল্পীয়ে তেতিয়া বাণীবদ্ধ কৰিছিল অথবা আকাশবাণীৰ জৰিয়তে পৰিৱেশন কৰিছিল তাৰ ভিতৰত তলৰ তালিকাভুক্ত শিল্পীসকল উল্লেখনীয় -
শিল্পী | ৰচনাকাল | বাণীবদ্ধ/প্ৰচাৰকাল |
---|---|---|
বীৰেন্দ্ৰনাথ দত্ত (বেলিমাৰ যায় আই যশোমতী) |
১৯৫৫ | ১৯৬০ |
দীপালী বৰঠাকুৰ ( (জোন-ধলে জোনালীতে,সুৰকাৰ:ৰুদ্ৰ বৰুৱা) |
১৯৬০ | ১৯৬৪ |
বীণা ভাগৱতী (কিয় বাৰু হাহোঁ কিয় বাৰু কান্দো) |
১৯৬৫ | ১৯৬৬ |
প্ৰকাশিত গ্ৰন্থ
সম্পাদনা কৰকএই পিতা-পুত্ৰ যুটিয়ে একেলগে ৰচনা কৰা আৰু মঞ্চস্থ কৰা নৃত্য-নাটিকা হৈছে -
- লুইত কোঁৱৰ (১৯৩০)
- সুৰবিজয় (১৯৩৪)
- মেঘাৱলী (১৯৪১)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ অসমীয়া আধুনিক সংগীতৰ ইতিহাস: লোকনাথ গোস্বামী