মুৰ্শিদাবাদ (মুৰ্ছিদাবাদ) বংগ, বিহাৰ, উৰিষ্যাৰ পূৰ্বৰ ৰাজধানী। ইয়াৰ প্ৰতিষ্ঠাপক মুৰ্শিদকুলি খাঁ। আৰু ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ মুৰ্শিদাবাদ জিলাৰ এখন চহৰ আৰু পৌৰসভা অঞ্চল।

মুৰ্শিদাবাদ
—  চহৰ  —
মুৰ্শিদাবাদ
Murshidabad montage.png
মুৰ্শিদাবাদ is located in পশ্চিমবংগ
মুৰ্শিদাবাদ
পশ্চিম বঙ্গে অবস্থান
ভৌগোলিক স্থানাংক: 24°11′N 88°16′E / 24.18°N 88.27°E / 24.18; 88.27স্থানাংক: 24°11′N 88°16′E / 24.18°N 88.27°E / 24.18; 88.27
দেশ ভাৰত
ৰাজ্য পশ্চিম বঙ্গ
জিলা মুৰ্শিদাবাদ
প্ৰতিষ্ঠাপক মুৰ্শিদকুলি খাঁ
চৰকাৰ
 - সংসদ সদস্য আবু তাহেৰ খান
জনসংখ্যা (২০০১)
 - মুঠ ৫৮,৬৬,৫৬৯ জন
ভাষা
 - চৰকাৰী বাংলা[1][2]
 - অতিৰিক্ত  চৰকাৰী ভাষা ইংৰাজী
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
PIN ৭৪২১৪৯
টেলিফোন কোড 91-3482-2xxxxx
যানবাহনৰ নম্বৰ WB-58
  1. "Error: no |title= specified when using {{Cite web}}". 
  2. "Error: no |title= specified when using {{Cite web}}". 

অষ্টাদশ শতিকাৰ সময়ছোৱাত মুৰ্শিদাবাদ এখন সমৃদ্ধিশালী চহৰ আছিল। [1] [2] সত্তৰ বছৰ ধৰি ই মোগল সাম্ৰাজ্যৰ বংগ চুবাহৰ ৰাজধানী আছিল, যিটো অঞ্চল আধুনিক বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ, বিহাৰ আৰু উৰিষ্যা ৰাজ্যক সামৰি লৈছিল। ই আছিল বংগৰ বংশগত নবাব আৰু ৰাজ্যিক কোষাগাৰ, ৰাজহ কাৰ্যালয় আৰু ন্যায়পালিকাৰ আসন। বংগ আছিল আটাইতকৈ ধনী মোগল প্ৰদেশ। মুৰ্শিদাবাদ এখন বিশ্বব্যাপী চহৰ আছিল। ১৭৫০ চনত ইয়াৰ জনসংখ্যা ৭ লাখ হয়। ই আছিল জগৎ শেঠ আৰু আৰ্মেনিয়ানসকলকে ধৰি ভাৰত উপমহাদেশৰ বিভিন্ন অঞ্চল আৰু বিস্তৃত ইউৰেছিয়াৰ ধনী বেংকিং আৰু বণিক পৰিয়ালসমূহৰ বাসস্থান। তাৰোপৰি ই গায়ক অৰিজিত সিং আৰু গায়িকা শ্ৰেয়া ঘোষালৰ জন্মস্থান।

চিত্ৰশালা সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Dalrymple, William (2019-09-10) (en ভাষাত). The Anarchy: The East India Company, Corporate Violence, and the Pillage of an Empire. Bloomsbury USA. ISBN 978-1-63557-395-4. https://books.google.com/books?id=42aYvgEACAAJ. 
  2. "Which India is claiming to have been colonised?" (en ভাষাত). The Daily Star. 2015-07-31. https://www.thedailystar.net/op-ed/politics/which-india-claiming-have-been-colonised-119284। আহৰণ কৰা হৈছে: 2020-09-13.