ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ
ভাৰতৰ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ তালিকা
(ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰতত ২৮ খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী দিল্লী। প্ৰতিখন ৰাজ্যৰে নিজা প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰ লগতে প্ৰয়োজনীয় বিৱৰণসমূহ উল্লেখ কৰা হৈছে।
ভাৰতৰ ২৮ খন ৰাজ্যৰ লগতে ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰদৰ্শন কৰা মেপ, আপুনি চাব বিচৰা ঠাইখনত মাউচেৰে ক্লিক কৰক
ভাৰত চৰকাৰৰ অন্তৰ্গত ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ অধীনত থকা জনগণনা ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি নিম্নোক্ত তালিকাখন প্ৰস্তুত কৰা হৈছে।
ৰাজ্যৰ নাম | আই এচ অ ৩২৬৬-২ কোড | লোকপিয়ল ২০১১ চিহ্ন |
জনসংখ্যা | ক্ষেত্ৰফল (কি.মি.২) |
প্ৰধান ভাষাসমূহ | ৰাজধানী | বৃহত্তম নগৰ (যদি ৰাজধানী নহয়) |
জিলাৰ সংখ্যা | গাঁৱৰ সংখ্যা | নগৰৰ সংখ্যা | জনবসতিৰ ঘনত্ব | স্বাক্ষৰতাৰ হাৰ(%) | মুঠ জনসংখ্যাৰ ভিতৰত চহৰত বাস কৰা লোকৰ হাৰ | লিংগ অনুপাত | লিংগ অনুপাত (০-৬) |
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
অন্ধ্ৰ প্ৰদেশ | AP | ২৮০ | ৪৯,৫০৬,৭৯৯ | ১৬০,২০৫ | তেলেগু, উৰ্দু | হায়দৰাবাদ
(আইনী ভাবে) |
২৩ | ২৮.১২৩ | ২১০ | ৩০৮ | ৬৭.৬৬ | ২৭.৩ | ৯৯২ | ৯৬১ | |
অৰুণাচল প্ৰদেশ | AR | ১২০ | ১,৩৮২,৬১১ | ৮৩.৭৪৩ | হিন্দী, আপাতানি, অসমীয়া | ইটানগৰ | ১৬ | ৪.০৬৫ | ১৭ | ১৭ | ৬৬.৯৫ | ২০.৮ | ৯২০ | ৯৬৪ | |
অসম | AS | ১৮০ | ৩১,১৬৯,২৭২ | ৭৮,৫৫০ | অসমীয়া, বড়ো, ৰাভা, দেউৰী, বাংলা, কাৰ্বি, মিচিং | দিশপুৰ | গুৱাহাটী | ২৭ | ২৬,৩১২ | ১২৫ | ৩৯৭ | ৭৩.১৮ | ১২.৯ | ৯৫৪ | ৯৬৫ |
বিহাৰ | BR | ১০০ | ১০৩,৮০৪,৬৩৭ | ৯৯,২০০ | হিন্দী, ভোজপুৰী, মৈথিলী, মগধী ভাষা | পাটনা | ৩৮[1][2] | ৪৫,০৯৮ | ১৩০ | ১১০২ | ৬৩.৮২ | ১০.৫ | ৯১৬[2] | ৯৪২ | |
ছত্তীছগঢ় | CT | ২২০ | ২৫,৫৪০,১৯৬ | ১৩৬,১৯৪ | ছত্তীছগঢ়ী, হিন্দী | ৰায়পুৰ | ১৬ | ২০,৩০৮ | ৯৭ | ১৮৯ | ৭১.০৪ | ২০.১ | ৯৯১ | ৯৭৫ | |
গোৱা | GA | ৩০০ | ১,৪৫৭,৭২৩ | ৩,৭০২ | কোংকণী, মাৰাঠী | পানাজী | ভাস্কো ডা গামা | ২ | ৩৫৯ | ৪৪ | ৩৯৪ | ৮৭.৪০ | ৪৯.৮ | ৯৬৮ | ৯৩৮ |
গুজৰাট | GJ | ২৪০ | ৬০,৩৮৩,৬২৮ | ১৯৬,০২৪ | গুজৰাটী | গান্ধীনগৰ | আহমেদাবাদ | ২৫ | ১৮,৫৩৯ | ২৪২ | ৩০৮ | ৭৯,৩১ | ৩৭.৪ | ৯১৮ | ৮৮৩ |
হাৰিয়ানা | HR | ০৬০ | ২৫,৩৫৩,০৮১ | ৪৪,২১২ | হাৰিয়ানবী (পশ্চিমীয়া হিন্দী) | চণ্ডীগড় (কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে) |
ফৰিদাবাদ | ২১ | ৬,৯৫৫ | ১০৬ | ৫৭৩ | ৭৬.৬৪ | ২৮.৯ | ৮৭৭ | ৮১৯ |
হিমাচল প্ৰদেশ | HP | ০২০ | ৬,৮৫৬,৫০৯ | ৫৫,৬৭৩ | পশ্চিমীয়া হিন্দী | ছিমলা | ১২ | ২০,১১৮ | ৫৭ | ১২৩ | ৮৩,৭৮ | ৯.৮ | ৯২০ | ৮৯৬ | |
ঝাড়খণ্ড | JH | ২০০ | ৩২.৯৬৬.২৩৮ | ৭৪,৬৭৭ | হিন্দী | ৰাঞ্চী | জমছেদপুৰ | ২৪ | ৩২,৬১৫ | ১৫২ | ৪১৪ | ৬৭,৬৩ | ২২,২ | ৯৪৭ | ৯৬৫ |
কৰ্ণাটক | KA | ২৯০ | ৬১,১৩০,৭০৪ | ১৯১,৭৯১ | কন্নড় | বাংগালোৰ | ৩০ | ২৯,৪০৬ | ২৭০ | ৩১৯ | ৭৫.৬০ | ৩৪.০ | ৯৬৮ | ৯৪৬ | |
কেৰালা | KL | ৩২০ | ৩৩,৩৮৭,৬৭৭ | ৩৮,৮৬৩ | মালায়লম | তিৰুভন্থাপুৰম | ১৪ | ১,৩৬৪ | ১৫৯ | ৮৫৯ | ৯৩.৯১ | ২৬.০ | ১,০৮৪ | ৯৬০ | |
মধ্য প্ৰদেশ | MP | ২৩০ | ৭২,৫৯৭,৫৬৫ | ৩০৮,২৫২ | হিন্দী | ভূপাল | ইন্দোৰ | ৪৫ | ৫৫,৩৯৩ | ৩৯৪ | ২৩৬ | ৭০.৬৩ | ২৬.৫ | ৯৩০ | ৯৩২ |
মহাৰাষ্ট্ৰ | MH | ২৭০ | ১১২.৩৭২.৯৭২ | ৩০৭,৭১৩ | মাৰাঠী | মুম্বাই | ৩৫ | ৪৩,৭১১ | ৩৭৮ | ৩৬৫ | ৮২.৯১ | ৪২.৪ | ৯২৫ | ৯১৩ | |
মণিপুৰ | MN | ১৪০ | ২,৭২১,৭৫৬ | ২২,৩৪৭ | মণিপুৰী | ইম্ফাল | ৯ | ২,৩৯১ | ৩৩ | ১২২ | ৭৯.৮৫ | ২৫.১ | ৯৮৭ | ৯৫৭ | |
মেঘালয় | ML | 170 | ২,৯৬৪,০০৭ | ২২,৭২০ | খাছী, গাৰো, জয়ন্তীয়া | শ্বিলং | ৭ | ৬,০২৬ | ১৬ | ১৩২ | ৭৫.৪৮ | ১৯.৬ | ৯৮৬ | ৯৭৩ | |
মিজোৰাম | MZ | ১৫০ | ১,০৯১,০১৪ | ২১,০৮১ | মিজো | আইজল | ৮ | ৮১৭ | ২২ | ৫২ | ৯১.৫৮ | ৪৯.৬ | ৯৭৫ | ৯৬৪ | |
নাগালেণ্ড | NL | ১৩০ | ১,৯৮০,৬০২ | ১৬,৫৭৯ | আংগামী, আও, চাং, চকেঁচাং, কন্যাক আৰু চেমা | কহিমা | ডিমাপুৰ | ১১ | ১,৩১৭ | ৯ | ১১৯ | ৮০.১১ | ১৭.২ | ৯৩১ | ৯৬৪ |
ওড়িশা[3] | OR | ২১০ | ৪১,৯৪৭,৩৫৮ | ১৫৫,৮২০ | ওড়িয়া | ভুৱনেশ্বৰ | ৩০ | ৫১,৩৪৯ | ১৩৮ | ২৬৯ | ৭৩.৪৫ | ১৫.০ | ৯৭৮ | ৯৫৩ | |
পঞ্জাব | PJ | ০৩০ | ২৭,৭০৪,২৩৬ | ৫০,৩৬২ | পঞ্জাবী | চণ্ডীগড় (কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে) |
লুধিয়ানা | ১৭ | ১২,৬৭৩ | ১৫৭ | ৫৫০ | ৭৬.৬৮ | ৩৩.৯ | ৮৯৩ | ৭৯৮ |
ৰাজস্থান | RJ | ০৮০ | ৬৮,৬২১,০১২ | ৩৪২,২৬৯ | ৰাজস্থানী (পশ্চিমীয়া হিন্দী) |
জয়পুৰ | ৩২ | ৪১,৩৫৩ | ২২২ | ২০১ | ৬৭.০৬ | ২৩.৪ | ৯২৬ | ৯০৯ | |
ছিক্কিম | SK | ১১০ | ৬০৭,৬৮৮ | ৭,০৯৬ | নেপালী | গেংটক | ৪ | ৪৫২ | ৯ | ৮৬ | ৮২.২০ | ১১.১ | ৮৮৯ | ৯৬৩ | |
তামিলনাডু | TN | ৩৩০ | ৭২,১৩৮,৯৫৮ | ১৩০,০৫৮ | তামিল | চেন্নাই | ৩২ | ১৬,৩১৭ | ৮৩২ | ৪৮০ | ৮০.৩৩ | ৪৪.০ | ৯৯৫ | ৯৪২ | |
তেলেংগানা | TG | ৩৩০ | ৩৫,১৯৩,৯৭৮[4] | ১,১৪,৮৪০ | তেলেগু, উৰ্দু, টুলু | হায়দৰাবাদ | - | - | - | ৭০৩[4] | ৬৬.৫০%[4] | - | - | - | |
ত্ৰিপুৰা | TR | ১৬০ | ৩,৬৭১,০৩২ | ১০,৪৯১,৬৯ | ককবৰক, বাংলা | আগৰতলা | ৪ | ৪৭০ | ২৩ | ৫৫৫ | ৮৭.৭৫ | ১৭.১ | ৯৬১ | ৯৬৬ | |
উত্তৰ প্ৰদেশ | UP | ০৯০ | ১৯৯,৫৮১,৪৭৭ | ২৪৩,২৮৬ | হিন্দী, উৰ্দু[5] | লক্ষ্ণৌ | কানপুৰ | ৭২ | ১০৭,৪৫২ | ৭০৪ | ৮২৮ | ৬৯.৭২ | ২০.৮ | ৯০৮ | ৯১৬ |
উত্তৰাখণ্ড | UL | ০৫০ | ১০,১১৬,৭৫২ | ৫৩,৫৬৬ | পশ্চিমীয়া হিন্দী | ডেহৰাদুন | ১৩ | ১৬,৮২৬ | ৮৬ | ১৮৯ | ৭৯.৬৩ | ২৫.৭ | ৯৬৩ | ৯০৮ | |
পশ্চিমবংগ | WB | ১৯০ | ৯১,৩৪৭,৭৩৬ | ৮৮,৭৫২ | বাংলা, নেপালী | কলকাতা | ১৮ | ৪০,৭৮২ | ৩৭৫ | ১,০২৯ | ৭৭.০৮ | ২৮.০ | ৯৪৭ | ৯৬০ | |
-মুঠ- | ৬৩৭,৬৪৩ | ৫,০৮২ |
কেন্দ্ৰীয়শাসিত অঞ্চলৰ নাম | জনসংখ্যা | ভাষা | ৰাজধানী | বৃহত্তম নগৰ | জিলাৰ সংখ্যা | গাঁৱৰ সংখ্যা | চহৰৰ সংখ্যা | জনবসতিৰ ঘনত্ব | স্বাক্ষৰতাৰ হাৰ (%) | মুঠ জনসংখ্যাৰ ভিতৰত চহৰত বাস কৰা লোকৰ সংখ্যা | লিংগ অনুপাত | লিংগ অনুপাত (০-৬) |
---|---|---|---|---|---|---|---|---|---|---|---|---|
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ | ৩৭৯,৯৪৪ | বাংলা | পৰ্ট ব্লেয়াৰ | ২ | ৫৪৭ | ৩ | ৪৬ | ৮৬.২৭ | ৩২.৬ | ৮৭৮ | ৯৫৭ | |
চণ্ডীগড় | ১,০৫৪,৬৮৬ | পঞ্জাবী | চণ্ডীগড় | ১ | ২৪ | ১ | ৯,২৫২ | ৮৬.৪৩ | ৮৯.৮ | ৮১৮ | ৮৪৫ | |
জম্মু আৰু কাশ্মীৰ | ১২,৫৪১,৩০২ | উৰ্দু,[6] কাশ্মিৰী, ডোগৰী | শ্ৰী নগৰ (গ্ৰীষ্ম), জম্মু (শীত) |
শ্ৰী নগৰ | ||||||||
দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ | ৫৮৬,৯৫৬ | গুজৰাটী, কোংকণী, মাৰাঠী | দমন | |||||||||
লাক্ষাদ্বীপ | ৬৪,৪২৯ | মালায়লম | কাভাৰাত্তি | এনড্ৰট | ১ | ২৪ | ৩ | ২০১৩ | ৯২.২৮ | ৪৪.৫ | ৯৪৬ | ৯৫৯ |
লাডাখ | ২৯০,৪৯২ | লাডাখী | লেহ | ৩ | ||||||||
কেন্দ্ৰীয় শাসিত দিল্লীৰ অঞ্চল | ১৬,৭৫৩,২৩৫ | হিন্দী | নতুন দিল্লী | ৯ | ১৬৫ | ৬২ | ১১,২৯৭ | ৮৬.৩৪ | ৯৩.২ | ৮৬৬ | ৮৬৮ | |
পুডুছেৰী | ১,২৪৪,৪৬৪ | ফৰাচী আৰু তামিল | পণ্ডিচেৰী | ৪ | ৯২ | ৬ | ২,৫৯৮ | ৮৬.৫৫ | ৬৬.৬ | ১,০৩৮ | ৯৬৭ |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Districts of Bihar". Gov.bih.nic.in. http://gov.bih.nic.in/Profile/Districts.htm। আহৰণ কৰা হৈছে: 2013-02-07.
- ↑ 2.0 2.1 http://censusindia.gov.in/2011-prov-results/data_files/bihar/Provisional%20Population%20Totals%202011-Bihar.pdf
- ↑ "Orissa's new name is Odisha". The Times Of India. Archived from the original on 2012-11-05. https://web.archive.org/web/20121105024620/http://articles.timesofindia.indiatimes.com/2011-03-24/india/29182775_1_odia-odisha-orissa-chief-minister.
- ↑ 4.0 4.1 4.2 "Telangana State Profile" (PDF). Telangana government portal. পৃষ্ঠা: 34. http://www.telangana.gov.in/About/State-Profile। আহৰণ কৰা হৈছে: 11 June 2014.
- ↑ "Uttar Pradesh Legislature". Uplegassembly.nic.in. Archived from the original on 2009-06-19. https://web.archive.org/web/20090619093010/http://www.uplegassembly.nic.in/UPLL.HTML। আহৰণ কৰা হৈছে: 2013-02-07.
- ↑ "Official and Regional Languages of India". Mapsofindia.com. http://www.mapsofindia.com/events/republic-day/offical-languages-india.html। আহৰণ কৰা হৈছে: 2013-02-07.
বাহ্যিক সংযোগ
সম্পাদনা কৰকref>"Official and Regional Languages of India". Mapsofindia.com. http://www.mapsofindia.com/events/republic-day/offical-languages-india.html। আহৰণ কৰা হৈছে: 2013-02-07.