ডিব্ৰুগড় বিমানবন্দৰ

অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত বিমানবন্দৰ
(মোহনবাৰী বিমানবন্দৰৰ পৰা পুনঃনিৰ্দেশিত)

ডিব্ৰুগড় বিমানবন্দৰ (ইংৰাজী: Dibrugarh Airport) (আইএটিএ: DIBআইচিএঅ’: VEMN) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্য অসমডিব্ৰুগড় জিলাত অৱস্থিত এটা বিমানবন্দৰ। এই বিমানবন্দৰটো ডিব্ৰুগড় নগৰৰ উত্তৰ-পুব দিশত মোহনবাৰী নামৰ ঠাইত ১৫ কিলোমিটাৰ দূৰৈত অৱস্থিত। সেয়ে ইয়াক কেতিয়াবা "মোহনবাৰী বিমানবন্দৰ"ও বোলা হয়।

ডিব্ৰুগড় বিমানবন্দৰ
আইএটিএ: DIBআইচিএঅ: VEMN
DIB is located in Assam
{{{alt}}}
DIB
Location of airport in Assam
সংক্ষিপ্ত
প্ৰকাৰ অসামৰিক বিমানবন্দৰ/ ভাৰতীয় বায়ু সেনা (127 & 128 HU, 24 Wing)
অপাৰেটৰ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ
সেৱা সমগ্ৰ উজনি অসম আৰু অৰুণাচল প্ৰদেশৰ পূৰ্বাঞ্চল
অৱস্থান ডিব্ৰুগড়, অসম, ভাৰত
উচ্চতা ৩৬২ ফুট / ১১০ মিটাৰ
স্থানাঙ্ক 27°28′50″N 095°01′18″E / 27.48056°N 95.02167°E / 27.48056; 95.02167
ৱেবছাইট www.aai.aero/allAirports/dibrugarh_TI.jsp
উড্ডায়ন পথ
দিকনিৰ্দেশনা দৈৰ্ঘ্য উপৰিতল
মিটাৰ ফুট
05/23 1,829 6,000 এছফাল্ট
Source: Airports Authority of India

বিমানবন্দৰ বিৱৰণ সম্পাদনা কৰক

বিৱৰণ
  • ক'ড নং: ৪
  • ক'ড বৰ্ণ: E
  • উচ্চতা: 362 ফুট (110 মিটাৰ)
  • টাৰ্মিনেল ক্ষমতা
    • দেশীয়: ২৫০ (আগমণ)/ ২৫০ (প্ৰস্থান)
  • ব'ৰ্ডিং প্ৰৱেশদ্বাৰ
    • দেশীয়: ৪
  • টাৰ্মিনেল পৃষ্ঠকালি: 10,536 বৰ্গ মিটাৰ (1,13,410 sq ft)
  • চেক-ইন কাউণ্টাৰ: ১০
  • ইমিগ্ৰেশ্যন কাউণ্টাৰ: ০
  • চিকিউৰিটি চেক: ২
  • এৰ'ব্ৰিজ: ২

টাৰ্মিনেল সম্পাদনা কৰক

ডিব্ৰুগড় বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত উদ্বোধন কৰা হৈছিল। অত্যাধুনিক আৰু সংযুক্ত এই নতুন টাৰ্মিনেল ভৱনৰ পৃষ্ঠকালি 10,536 বৰ্গ মিটাৰ (1,13,410 sq ft)। নতুন টাৰ্মিনেল ভৱনটোত ৫০০জন যাত্ৰীৰ বাবে আসনৰ ব্যৱস্থা আছে (২৫0 আগমণ/ ২৫০ প্ৰস্থান)। ইয়াত ১০টা চেক-ইন কাউণ্টাৰ, ২টা চিকিউৰিটি চেক-ইন, দুখন এৰ'ব্ৰিজ আৰু ৫টা ৰিম'ট পাৰ্কিং বে' আছে।

উৰণপথ সম্পাদনা কৰক

ডিব্ৰুগড় বিমানবন্দৰৰ ০৫/২৩ উৰণপথ (runway) আছে। ইয়াৰ দৈৰ্ঘ্য 1,829 মিটাৰ (6,001 ফুট)। বিমানবন্দৰটোত DVOR,DME,NDB নেভিগেশ্যন সৰঞ্জামৰ সুবিধা আছে। ডিব্ৰুগড় বিমানবন্দটোৰ ০৫ উৰণপথত থকা লেণ্ডিং সৰঞ্জাম আৰু ভিজুৱেল সজুঁলিসমূহ হৈছে ILS CAT I, PAPI-3°,VASI-NIL ,On Runway 23 ILS -NIL, PAPI-NIL, VASI-NIL।

এয়াৰলাইনছ আৰু গন্তব্যস্থলসমূহ সম্পাদনা কৰক

এয়াৰলাইন গন্তব্যস্থান 
এয়াৰ ইণ্ডিয়া ডিমাপুৰ, কলকাতা
ইণ্ডিগ' গুৱাহাটী, কলকাতা, দিল্লী
জেটকানেক্ট গুৱাহাটী, দিল্লী, আহমেদাবাদ
পৱনহংস ইটানগৰ, নাহৰলগুণ, পাছিঘাট
পৱনহংস অ'এনজিচি