মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ
মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ (ইংৰাজী: Mor Priyo Manuh Socrates) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জীৱনী গ্ৰন্থ। এই প্ৰবন্ধ সংকলনখন ২০০১ চনত প্ৰথম প্ৰকাশ পায়।[1]
মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ | |
---|---|
লেখক | হোমেন বৰগোহাঞি |
প্ৰচ্ছদ শিল্পী | তপোন চট্টোপাধ্যায় |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
শৃংখলা | ২৪ |
বিষয় | ছক্ৰেটিছৰ জীৱন আৰু মৃত্যু |
প্ৰকাৰ | প্ৰবন্ধ সংকলন |
প্ৰকাশক | ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ |
প্ৰকাশ | ডিচেম্বৰ, ২০০১ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ৮০ |
আই.এচ.বি.এন. | 81-7665-109-5 |
লেখকৰ চমু পৰিচয়
সম্পাদনা কৰকপ্ৰধান প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।
তথ্যৰ উৎস
সম্পাদনা কৰক- ↑ বৰগোহাঞি, হোমেন (2010). মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ্ ষ্ট’ৰচ্. ISBN 81-7665-109-5.
- ↑ Awards 1955–2007 Archived 2008-05-13 at the Wayback Machine Sahitya Akademi Official website.