লাচিত বৰফুকন (গ্ৰন্থ)

সূৰ্যকুমাৰ ভূঞা ৰচিত গ্ৰন্থ

লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) হৈছে ড° সূৰ্যকুমাৰ ভূঞাই অসমীয়া ভাষাত লিখা লাচিত বৰফুকনৰ জীৱনী। কিতাপখন ১৯৭৯ চনত অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিয়াইছিল। ২০১০ চনলৈকে কিতাপখনৰ মুঠ ৭টা সংস্কৰণ প্ৰকাশ পাইছে।

লাচিত বৰফুকন  
লেখক ড° সূৰ্যকুমাৰ ভূঞা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ জীৱনী
প্ৰকাশক অসম প্ৰকাশন পৰিষদ
প্ৰকাশ সপ্তম প্ৰকাশ : ডিছেম্বৰ, ২০১০
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২০৯

১৯৩৫ চনৰ জুন মাহত ইণ্ডিয়ান হিষ্ট্ৰী কংগ্ৰেছৰ প্ৰথম অধিৱেশনখন পুনাত অনুষ্ঠিত হৈছিল আৰু এই অধিৱেশনত ড° সূৰ্যকুমাৰ ভূঞাই লাচিত বৰফুকনৰ বিষয়ে এটি প্ৰৱন্ধ পাঠ কৰিছিল। লাচিত আছিল মহাৰাষ্ট্ৰৰ জাতীয় বীৰ শিৱাজীৰ সমকক্ষ। পিছত ভূঞাই লাচিত সম্পৰ্কে পুংখানুপুংখ ৰূপে অধ্যয়ন কৰে আৰু ১৯৪৬ চনত লাচিত বৰফুকনৰ বিষয়ে বিতংকৈ লিখি উলিয়ায়।

লেখক পৰিচয় সম্পাদনা কৰক

১৮৯২ চনৰ ২৭ জানুৱাৰীৰ দিনা, নগাঁও জিলাৰ ফৌজদাৰীপট্টিত

গ্ৰন্থখনৰ বিষয়বস্তু সম্পাদনা কৰক

সূচীপত্ৰ সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক