লাচিত বৰফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

লাচিত বৰফুকন আছিল অসমৰ আহোম সাম্ৰাজ্য এজন সেনাপতি । ১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটত যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।

'লাচিত বৰফুকনে' তলৰ প্ৰৱন্ধসমূহো বুজাব পাৰে:

চলচ্চিত্ৰসম্পাদনা কৰক

নাটকসম্পাদনা কৰক