শিলকতৰা

এবিধ পৰিভ্ৰমী চৰাই


শিলকতৰা(ইংৰাজী: Siberian Stonechat, বৈজ্ঞানিক নাম-Saxicola maurus) এবিধ পৰিভ্ৰমী চৰাই। ই শীতকালত দক্ষিণ জাপানৰ পৰা থাইলেণ্ড পৰ্যন্ত, ভাৰত আৰু উত্তৰ পূৱ আফ্ৰিকালৈ পৰিভ্ৰমণ কৰে।

শিলকতৰা
দীপৰ বিলত শীতকালত অগৰা গছত বহি থকা এটা মতা শিলকতৰা
ভাৰতৰ উত্তৰ প্ৰদেশত মাইকী শিলকতৰা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passerifomes
পৰিয়াল: Muscicapidae
গণ: Saxicola
প্ৰজাতি: maurus
সমাৰ্থক
  • Saxicola maura (lapsus)
  • Saxicola torquata maura (lapsus)
  • Saxicola torquatus maurus (Pallas, 1773)
  • Saxicola torquata przewalskii

বিৱৰণ সম্পাদনা কৰক

বিতৰণ সম্পাদনা কৰক

তথ‍্যসূত্ৰ সম্পাদনা কৰক