শুভপল্লব
উৰিয়া ই-আলোচনী
শুভপল্লব (ওড়িয়া: ଶୁଭପଲ୍ଲବ) এখন মাহেকীয়া উৰিয়া ই-আলোচনী। আলোচনীখন ২০১৮ চনৰ জানুৱাৰী মাহত প্ৰতিষ্ঠা কৰিছিল সংগ্ৰাম কেশৰী সেনপতিয়ে।[2] আৰম্ভনিতে আলোচনীখন ত্ৰৈমাসিক আছিল আৰু প্ৰথম দুটা সংখ্যা নৱপল্লৱ নামেৰে প্ৰকাশ পাইছিল।[3] ২০২০ ৰ জানুৱাৰী মাহৰ পৰা আলোচনীখন মাহেকীয়া হিচাপে প্ৰকাশ পাবলৈ লয়। ২০১৯ চনত আলোচনীখনৰ উৰিয়া ৱেব পৰ্টেল ওলাবলৈ ধৰে। পাছলৈ এই পৰ্টেলটোত ইংৰাজী, হিন্দী, তেলেগু, বঙালী, পাঞ্জাৱী, আৰু সংস্কৃতত ওলাবলৈ আৰম্ভ হয়।[4]
সম্পাদক | তাপস ৰঞ্জন সংগ্ৰাম কেশৰী সেনাপতি |
---|---|
প্ৰকাশনৰ হাৰ | মাহেকীয়া |
প্ৰতিষ্ঠাপক | সংগ্ৰাম কেশৰী সেনাপতি[1] |
প্ৰতিষ্ঠা | ২০১৮ |
দেশ | ভাৰত |
ভাষা | উৰিয়া |
ৱেবচাইট | shubhapallaba |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Odisha lad Sangram sets world record by writings article for Wikipedia" (English ভাষাত). Pragativadi News (Bhadrak). 25 August 2019. http://www.pragativadi.com/odisha-lad-sangram-sets-world-record-by-writings-article-for-wikipedia/.
- ↑ "Sangram sets world record - OrissaPOST" (English ভাষাত). OrissaPOST (Bhadrak). 30 July 2019. https://www.orissapost.com/sangram-sets-world-record/.
- ↑ "Shubhapallaba launches Web Portals in Bangla and Punjabi" (English ভাষাত). The News Insight. 4 January 2020. https://enewsinsight.com/shubhapallaba-launches-web-portals-in-bangla-and-punjabi/.
- ↑ "NewsDog - India News - NewsDog". www.newsdogapp.com. https://www.newsdogapp.com/en/article/5d62520a83b48e57d17df6f0/?d=false.[সংযোগবিহীন উৎস]
বাহ্যিক তথ্য
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত শুভপল্লব সম্পৰ্কীয় মিডিয়া ফাইল আছে। |