শুভপল্লব

উৰিয়া ই-আলোচনী

শুভপল্লব (ওড়িয়া: ଶୁଭପଲ୍ଲବ) এখন মাহেকীয়া উৰিয়া ই-আলোচনী। আলোচনীখন ২০১৮ চনৰ জানুৱাৰী মাহত প্ৰতিষ্ঠা কৰিছিল সংগ্ৰাম কেশৰী সেনপতিয়ে।[2] আৰম্ভনিতে আলোচনীখন ত্ৰৈমাসিক আছিল আৰু প্ৰথম দুটা সংখ্যা নৱপল্লৱ নামেৰে প্ৰকাশ পাইছিল।[3] ২০২০ ৰ জানুৱাৰী মাহৰ পৰা আলোচনীখন মাহেকীয়া হিচাপে প্ৰকাশ পাবলৈ লয়। ২০১৯ চনত আলোচনীখনৰ উৰিয়া ৱেব পৰ্টেল ওলাবলৈ ধৰে। পাছলৈ এই পৰ্টেলটোত ইংৰাজী, হিন্দী, তেলেগু, বঙালী, পাঞ্জাৱী, আৰু সংস্কৃতত ওলাবলৈ আৰম্ভ হয়।[4]

শুভপল্লব
সম্পাদক তাপস ৰঞ্জন
সংগ্ৰাম কেশৰী সেনাপতি
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰতিষ্ঠাপক সংগ্ৰাম কেশৰী সেনাপতি[1]
প্ৰতিষ্ঠা ২০১৮; ৬ বছৰ  আগতে (2018)
দেশ ভাৰত
ভাষা উৰিয়া
ৱেবচাইট shubhapallaba.in

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক তথ্য সম্পাদনা কৰক