সাঁচ সম্পাদনা কৰক

সাঁচটো অলপ সলনি কৰিম| সকলো নতুন পৃষ্ঠাতে সেইটো ব্যৱহাৰ কৰিম বুলি ভাবিছো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:07, 26 মাৰ্চ 2012 (UTC)

বেটুপাত সম্পাদনা কৰক

কাইলৈ কৰিম দেই| আজি শুম আৰু| টোপনি আহিছে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:56, 26 মাৰ্চ 2012 (UTC)

ৱিকিপত্ৰিকা সম্পাদনা কৰক

চালো| ভাল কাম এটাই হাতত লৈছা| ভৱিষ্যতে ভাল কামত আহিব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:54, 27 মাৰ্চ 2012 (UTC)

ফে'চবুকত Share কৰাৰ আগেয়ে পৃষ্ঠাটো আৰু অলপ বিকাশ সাধন কৰা উচিত| মই যিমান পাৰো সহায় কৰিম| কৰ্মশালাৰ ঘটনাৱলীখন ভৰাম বাৰু| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:16, 27 মাৰ্চ 2012 (UTC)

বেটুপাত সম্পাদনা কৰক

দুয়োটা পক্ৰিয়াই গ্ৰহনযোগ্য| চাইপুদা বহ্দিন নাই| গতিকে অলপ সমস্যা আছে| আনহাতে মেনুৱেলী এমাহৰ বাবে তৈয়াৰ কৰাত অসুবিধা একো নাই| কিন্তু চিত্ৰখন সংযোজন কৰাৰ পাছত বেটুপাতৰ গঠনটোৱো অলপ সলাব লাবিব যেন পাইছো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:59, 27 মাৰ্চ 2012 (UTC)

বেটুপাতত সহায় খিনি তলত আৰু পৰিচিতি খিনি ওপৰত হ’লে ভাল হ’ব নেকি? চিত্ৰখন সংযোজন কৰিলে এইটো কথাও ভাবিবচোন দীপাংকৰ চেতিয়া বাৰ্তা 14:50, 28 মাৰ্চ 2012 (UTC)


ভাল লাগিছে এইটো, সোণকালে দিবহে লাগে, ভাল (লগতে কপিৰাইট info থকা) ছবিবোৰো বাচিব আৰম্ভ কৰিব পাৰি আৰু এতিয়া দীপাংকৰ চেতিয়া বাৰ্তা 08:35, 29 মাৰ্চ 2012 (UTC)

ৱিকিপত্ৰিকা সম্পাদনা কৰক

গীতাৰ্থ দাদা ৱিকিপত্ৰিকাৰ বাবে ৰাইজৰ চ’ৰাত বা ফেচবুকত তিনি চাৰি শাৰীৰ ভিতৰত কৰ্মপদ্ধতি এটা লিখি দিবনে, ভাল হ’ব? নহ’লে কামটো কৰিবলৈ কোনেও মূৰ নাপাব? (ম‍ইয়ো পোৱা নাই বুলি ক’ব খুজিছো আচলতে) দীপাংকৰ চেতিয়া বাৰ্তা 14:47, 28 মাৰ্চ 2012 (UTC)

অলপ চাইছিলো, এতিয়া ভাল হৈছে| ম‍ই হাত দিম বাৰু| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:56, 1 এপ্ৰিল 2012 (UTC)

পোখালি সম্পাদনা কৰক

জ্যামিতিৰ প্ৰবন্ধ কেইটামান অলপ হাত ফুৰালো (আৰু বাকী আছে)| ভগৱানকো সময় পালে সেৱা সত্কাৰ কৰিম| ৱিকিমিডিয়া প্ৰকল্পৰ প্ৰবন্ধকেইটা তুমি স্থানান্তৰ কৰি দিয়া বাবে পাছত ম‍ই হাতেই নুফুৰালো| ম‍ই সৃষ্টি কৰা প্ৰবন্ধবোৰ বঢ়াই তোলাৰ মোৰো মন আছে| কিন্তু সময় কম| যি অলপ সময় পাওঁ ম‍ই আন কাম বাদ দি ইয়াতে ব্যস্ত থাকো| আজিকালি নতুন প্ৰবন্ধ সৃষ্টি কৰাটোৱো কমাই দিছো| বেলেগৰ খৰত মলম লগাই থাকোতেই সময় পাৰ হৈ যায়| সেয়ে এই বেজৰ নাকত খৰ আছে| পিছে তোমাৰো আছে| ম‍ই কিছুমানত পোখালি বাৰ্তা লগাইছো, কিছুমানত আগেয়ে লগাই থোৱা আছে, আনহাতে কিছুমান মধ্যমীয়া অৱস্থাত আছে যদিও বিস্তাৰ কাৰিলে ভাল হয়| তোমাৰ সৃষ্ট কেইখনমান জিলাৰ সদৰত তথ্যপেৰাৰ বাহিৰে একো তথ্য নাই| তোমাৰ নাকৰ এইবোৰ খৰো সোনকালে আঁতৰ কৰা ভাল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:42, 31 মাৰ্চ 2012 (UTC)

Re: Mail সম্পাদনা কৰক

বাৰু|

Where did you sent that? I cant find it. বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:17, 2 এপ্ৰিল 2012 (UTC)
Yes, and also Bisrin@sify.com, I searched both but hv not seen any mail from you, but got one from Shiju Alex. বিষ্ণু শ‍ইকীয়া বাৰ্তা
just received it.

বিলোপ সম্পাদনা কৰক

এনে প্ৰবন্ধ য’ত মাত্ৰ তথ্যপেৰাহে আছে, আৰু ভিতৰৰ তথ্যবোৰ ইংৰাজী ভাষাতেই আছে, সেইবোৰ বিলোপ কৰাই ভাল হ’ব বুলি ম‍ই ভাৱো| লাহে লাহে সেইবোৰ পুণৰ সৃষ্টি হ’ব| মোৰ বিশ্বাস|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 08:21, 8 এপ্ৰিল 2012 (UTC)

Thank you dude.


পোখালি সম্পাদনা কৰক

পোখালি প্ৰকল্প এটা প্ৰস্তুত কৰিছিলো| কোনেও এই ক্ষেত্ৰত সহায় নকৰিলে, আগো নাবাঢ়িলে| তেনেকৈয়ে পৰি আছে এতিয়াও| ৱিকিপিডিয়া:পোখালি চাবা| আৰু ইমান দিনে এই আপদবোৰ এনেকৈয়ে পৰি আছিল, তেতিয়া কোনেও চকু দিয়া নাছিল| এতিয়া লাহে লাহে এই কলংকসমূহ আতৰ কৰাৰ প্ৰয়োজন আহিছে| আৰু নকও, কলে কথা লাগে লেঠা  বিষ্ণু শ‍ইকীয়াবাৰ্তা 16:07, 12 এপ্ৰিল 2012 (UTC)

হ'ব, লাহে লাহে সকলো হ'ব। প্রভাকৰ শৰ্মা নেওগ (talk) 00:49, 5 জুলাই 2012 (UTC)

আলোচনা মেডিয়াৱিকি বাৰ্তা:Licenses সম্পাদনা কৰক

  আপোনাক মেডিয়াৱিকি বাৰ্তা:Licensesপৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|.  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:50, 14 এপ্ৰিল 2012 (UTC)

Most important 1000 articles সম্পাদনা কৰক

এইখনৰ পৰা অলপ কম প্ৰয়োজনীয় প্ৰবন্ধ চকুত পৰিলে কাটি দিবাচোন| ম‍ই কিছুমান কাটিলো|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 20:26, 18 এপ্ৰিল 2012 (UTC)

Hello সম্পাদনা কৰক

Hi Gitartha, I got your message. I have had to take a sabbatical from aswiki because of some work. Let me know what needs to be done. Regards. চাইপাও 11:07, 21 এপ্ৰিল 2012 (UTC)

You sent me Version 1.4, whereas the final version I edited was 1.3.6. So someone must have edited the final version, most likely Shiju. Let me know if you want 1.3.6. চাইপাও 11:48, 21 এপ্ৰিল 2012 (UTC)
you may keep it as 1.4. so is everything resolved? have fun. চাইপাও 12:15, 21 এপ্ৰিল 2012 (UTC)
 
নমস্কাৰ, Gitartha.bordoloi। এই পৃষ্ঠাত আপোনালৈ নতুন বাৰ্তা আছে: Bishnu Saikia's talk page
আপুনি যিকোনো সময়ত  {{Talkback}} বা {{Tb}} সাঁচ মচি এই জাননী আঁতৰ কৰিব পাৰে


Translatewiki সম্পাদনা কৰক

এই লিংকটো চাবা, অনুবাদ কৰা হোৱাৰ পাছটো ইয়াৰ বাবে সেইবোৰ বৰ্তমানলৈ কাৰ্যকৰী হোৱা নাই| বিষ্ণু  বাৰ্তা  15:06, 1 মে' 2012 (UTC)

Sify ৰ চাৰ্ভাৰ ডাউন হৈ আছে এতিয়া| বিষ্ণু বাৰ্তা 18:05, 15 মে' 2012 (UTC)

বেটুপাত সম্পাদনা কৰক

বঢ়িয়া| এইবাৰ আৰু ৰৈ থকাৰ সকাম নাই| প্ৰস্তাৱ দিয়া আৰু তাত দিন বাৰ বান্ধি দিয়া| ১০ তাৰিখে ৱিকিপিডিয়াই নতুন কাপোৰ পিন্ধিব লাগিব মুঠতে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:44, 5 জুন 2012 (UTC)

অসমীয়া ৱিকিপিডিয়া সম্পাদনা কৰক

গীতাৰ্থ দা, অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে প্ৰবন্ধ এটা লিখিব লাগিছিল। প্ৰতিষ্ঠা, ইতিহাস আদি সামৰি। যেনেকৈ ইংৰাজীৰ খনত প্ৰত্যেকখন ৱিকিপিডিয়া বিষয়ে প্ৰবন্থ আছে। en:English Wikipedia, en:German Wikipedia, en:Hindi Wikipedia, en:Tamil Wikipedia আদি। নিজৰ বিষয়েই প্ৰবন্ধ নাথাকিলে বেয়া দেখি। মই সময় দিব পৰা নাই সেয়ে আপোনাক আৰু বিষ্ণু দাক কৈছোঁ। --অম্লান বসুমতাৰী (talk) 10:00, 6 জুন 2012 (UTC)

বিলোপ জাননী সম্পাদনা কৰক

গীতাৰ্থ, তুমি ডায়েবেটিচ, শংকৰদেৱৰ অংকীয়া নাটত নাৰী, মৃদুলা বৰুৱাৰ চিত্ৰ আদি বিলোপ কৰিব জাননী দিছিলা| কিন্তু ম‍ই ইয়াৰ পক্ষপাতী নাছিলো বাবে আটাইকেইটাকে উদ্ধাৰ কৰি থ’লো| অনুগ্ৰহ কৰি আগলৈ লৰালৰিকে বিলোপ টেগ নিদিবা| তাৰ সলনি অন্য কিবা জাননী দিব পাৰি নেকি চেষ্টা কৰিলে ভাল হয়| এইখন ইংৰাজী ৱিকিপিডিয়া নহয়| মানুহ এনেই ক’ম, এনে কৰিলে নতুনকৈ অহাবোৰো পলাই পত্ৰং দিব| গতিকে এটা প্ৰবন্ধত বিলোপ কৰাৰ আগতে পৃষ্ঠাটো কেনেবাকৈ ৰাখিব পাৰি নেকি সেয়া চেষ্টা কৰিবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:38, 20 জুন 2012 (UTC)

গীতাৰ্থ, কি কি তথ্য দিব লাগে জনাবা নেকি ? কমন্সত আপল'ড কৰিছো।কিন্তু তাত "নাটক" বুলি শ্ৰেনীটো নাই। Assamese play বুলি আছে।বিছাৰি ফুৰিবলৈ পাছত দিগদাৰ হয় বুলি ইয়াতো দুখনমান আপল'ডাই থও বুলি ভাবিলো।ইয়াত নাটকৰ ফটো অলপ দেখিলো যে।

দ্বিজেন মহন্ত (talk) 19:21, 26 জুন 2012 (UTC)


ঠিক আছে, বাকিবিলাক তাতে কৰিম।যি কেইখন কৰিলো সেই কেইখনৰ তথ্য ভৰাইছো।চাবাছোন।আৰু ইয়াত আপল'ড নকৰো তেন্তে।দ্বিজেন মহন্ত (talk) 19:55, 26 জুন 2012 (UTC)

কটন কলেজ ৱিকিপদক সম্পাদনা কৰক

  তৃতীয় অসমীয়া ৱিকিসন্মিলনৰ ৱিকিপদক (১০ জুলাই, ২০১২, কটন কলেজ)
বন্ধুবৰ,

এই ৱিকিসন্মিলনত আপোনাৰ অৱদানৰ বাবে এই সামান্য সন্মান জনালোঁ।

কিন্তু আমি আমাৰ এই outreach effort অটুত ৰাখিব লাগিব। প্রভাকৰ শৰ্মা নেওগ (talk) 00:44, 5 জুলাই 2012 (UTC)

ধন্যবাদ পত্ৰ সম্পাদনা কৰক

আপুনি ৱিকিপেদিয়াৰ সম্পৰ্কে দিয়া তথ্যৰ বাবে ধন্যবাদ ।…Drhorsha (talk) 09:13, 16 আগষ্ট 2012 (UTC)

Wiktionary Link সম্পাদনা কৰক

The as wiktionary link you are giving in the "Wiktionary" template is not correct. The as wiktionary is incubator and until and unless we start adding more words, it will stay so. Now its incubator address is http://incubator.wikimedia.org/wiki/Wt/as/%E0%A6%AC%E0%A7%87%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%A4.

So we'll have to work there, till then we'll have to use the incubator link above. Please correct the template accordingly.

প্রভাকৰ শৰ্মা নেওগ (talk) 05:09, 17 আগষ্ট 2012 (UTC)

infobox writer সম্পাদনা কৰক

নুবুজিলো !!! বিষ্ণু শইকীয়া 20:37, 15 নৱেম্বৰ 2012 (UTC)

আলোচনা সম্পাদনা কৰক

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া 15:19, 17 নৱেম্বৰ 2012 (UTC)

বোলছৱিৰ নাম সম্পাদনা কৰক

আচলতে একে নামৰ দুখন ছৱি থাকিলেহে কাষত চন উল্লেখ কৰা হয়, যিহেতু এইবিলাক একে নাম্ৰ দুখন ছৱি নহয় গতিকে ইয়াত চন উল্লেখ নকৰিলেও কথা নাই। মোৰ মতে চনটো একেবাৰেই মছি দিয়া ভাল হ'ব। Jyoti Prakash Nath (talk) 07:40, 20 নৱেম্বৰ 2012 (UTC)

convert শ্ৰেণী সম্পাদনা কৰক

{{convert|100|and|120|m|ft|abbr=on} এই শ্ৰেণীটোৱে ঠিকমতে কাম নকৰে নেকি? গিবন অভয়াৰণ্যৰ মই অনুবাদ কৰা অংশখিনিতে আছে। চাবাচোন।উদ্দীপতালুকদাৰ (talk) 15:07, 2 ডিচেম্বৰ 2012 (UTC)

 
নমস্কাৰ, Gitartha.bordoloi। এই পৃষ্ঠাত আপোনালৈ নতুন বাৰ্তা আছে: Bishnu Saikia's talk page
আপুনি যিকোনো সময়ত  {{Talkback}} বা {{Tb}} সাঁচ মচি এই জাননী আঁতৰ কৰিব পাৰে

প্ৰচাৰ পত্ৰিকা সম্পাদনা কৰক

এইকেইদিন ৱিকিত ভালদৰে সময় দিব পৰা নাই, এইমাহৰ আপডেট কৰিব পৰা সমলো (প্ৰবন্ধ) কম যেন লাগিছে| চেষ্টা কৰিম, পাৰিলে সহযোগ কৰিবা| নিৰ্বাচিত চিত্ৰ, প্ৰবন্ধ আদি পাৰা যদি উল্লেখ কৰিবাচোন| বিষ্ণু শইকীয়া 13:14, 13 ডিচেম্বৰ 2012 (UTC)

"ৱিকিউত্‍স" আলোচনালৈ নিমন্ত্ৰণ সম্পাদনা কৰক

অসমীয়া ৱিকিউত্‍সৰ অনুমোদন পোৱা হ’ল| আগন্তুক কামসমূহ সূচাৰূভাৱে সম্পন্ন কৰিবৰ বাবে এই আলোচনাত যোগদান কৰিবলৈ তোমাক অনুৰোধ জনাইছো| বিষ্ণু শইকীয়া 12:59, 15 ডিচেম্বৰ 2012 (UTC)