সদস্য নাম সম্পাদনা কৰক

ৱিকিপিডিয়াত সমজুৱা একাউণ্ট নাইবা কোনো সংগঠনৰ নামত একাউণ্ট খোলাত বাধা আছে। ৱিকিপিডিয়াত কোনো প্ৰচাৰধৰ্মী নাম ব্যৱহাৰ কৰিব নোৱাৰে। সেয়েহে আপোনাৰ/আপোনালোকৰ একাউণ্ট ব্লক কৰা হ’ব। যদিহে আপুনি/আপোনালোকে ৱিকিপিডিয়াত যোগদান কৰিব বিচাৰে, তেন্তে ব্যক্তিগত নামত একাউণ্ট খুলিবলৈ অনুৰোধ জনোৱা হ’ল। − ৱিকিপিডিয়া প্ৰশাসন দিব্য দত্ত (বাৰ্তা) 03:40, 21 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক