চাণক্য কুমাৰ দাস (বাৰ্তা) 00:53, 23 August 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰবন্ধৰ সালসলনি সম্পাদনা কৰক

অনুগ্ৰহ কৰি কোনো প্ৰবন্ধৰ ধ্বংসমূলক সালসলনি নকৰিব। সম্পাদনাত অসুবিধা পালে আন সদস্যক সোধক, নিশ্চয় সহায় পাব। লগতে আপুনি সৃষ্টি কৰা "২ নং যোগীপাৰা প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকা" পৃষ্ঠাটোত অলপ সমস্যা আছে। নাম থকা ব্যক্তিকেইগৰাকী কিহৰ বাবে প্ৰসিদ্ধ? নতুন প্ৰবন্ধ লিখিবৰ বাবে "ৱিকিপিডিয়া:সৰল সহায়িকা" চাব পাৰে। — গীতাৰ্থ বৰদলৈ (talk) 05:45, 23 August 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক