বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:44, 1 জুলাই 2012 (UTC)

নতুন প্ৰবন্ধ সৃষ্টি সম্পাদনা কৰক

বৰুৱা দা, আপোনাৰ সৃষ্টি কৰা উপৰোক্ত ৩ টা পৃষ্ঠা ৱিকিপিডিয়াৰ গঠন শৈলীৰ হোৱা নাই| অনুগ্ৰহ কৰি ৱিকিপিডিয়াত প্ৰবন্ধ কেনেদৰে লিখা হয় সেয়া জানিবলৈ বাকী প্ৰবন্ধবোৰ এবাৰ চকু ফুৰাব| ওপৰৰ আদৰণি ফলকখনত প্ৰয়োজনীয় সহায়ক কথাবোৰ দি্য়াই আছে| অনুগ্ৰহ কৰি সেয়াও পঢ়ি চাওক| আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ| অনুগ্ৰহ কৰি এই ভুলবোৰ সংশোধন কৰিবলৈ যত্ন কৰে যেন| বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:43, 9 জুলাই 2012 (UTC)