ধন্যবাদ সম্পাদনা কৰক

আপোনাৰ উৎসাহ দেখি অসমীয়া ৱিকিপিডিয়া পৰিয়ালৰ ফালৰ পৰা গৌৰৱ অনুভৱ কৰিছোঁ। এই উৎসাহেৰে আগলৈয়ো কাম কৰি যাব বুলি আমি আশাবাদী। Nayan j Nath (talk) 19:06, 10 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

তথ্যসূত্ৰ সম্পাদনা কৰক

আপোনাৰ "ৰমেশ পাঠক" শীৰ্ষক প্ৰবন্ধটো ভাল হৈছে। বোধহয় আপুনি তথ্যসূত্ৰ দিওঁতে অলপ অসুবিধা পাইছে। ৱিকিৰ প্ৰবন্ধসমূহ বিশ্বাসযোগ্য কৰিবলৈ প্ৰতিটো দফাতে এক বা একাধিক তথাসূত্ৰ দিয়া আৱশ্যক। একেটা তথ্যসূত্ৰ বিভিন্ন দফাতো দিব পৰা যায়। মন কৰিব, তথ্যসূত্ৰ দিওঁতে কেবল গ্ৰন্থখনৰ নাম দিলেই নহয়। কোনটো প্ৰবন্ধৰ পৰা তথ্যসূত্ৰ দিছে, প্ৰবন্ধটো কোনটো পৃষ্ঠাত আছে, গ্ৰন্থখন কোনে, কেতিয়া, ক'ৰপৰা প্ৰকাশ কৰিছে, আটাইবোৰ তথ্য উল্লেখ থাকিলে ভাল। তথ্যসূত্ৰ দিওঁতে আপুনি সম্পাদনা পৃষ্ঠাৰ তলৰ ফালে থকা Prove-It সঁজুলিটো ব্যৱহাৰ কৰিব পাৰে। সহায়ৰ প্ৰয়োজন হ'লে মোলৈ babulbaishya69@gmail.com ঠিকনাত মেইলো কৰিব পাৰিব। বাবুল বৈশ্য (talk) 05:06, 14 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

  ৱিকি উদ্যোগীৰ পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াক আগবঢ়াই নিবলৈ আপুনি কৰা নেৰানেপেৰা প্ৰচেষ্টাৰ বাবে আপোনালৈ এই পদক অৰ্পন কৰা হ'ল।

বাবুল বৈশ্য (talk) 15:49, 17 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰতিভাবান ন-সম্পাদকৰ পদক সম্পাদনা কৰক

  প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
নতুন সম্পাদক হিচাপে অসমীয়া ৱিকিপিডিয়াত আপুনি দেখুওৱা উৎসাহ আৰু অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই বঁটা আগবঢ়োৱা হৈছে। আশা কৰোঁ আগলৈও এনেদৰে কাম কৰি আমাক উৎসাহিত কৰি থাকিব৷

- অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

-Nayan j Nath (talk) 03:25, 18 April 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

বিশিষ্ট লেখক পদক সম্পাদনা কৰক

  বিশিষ্ট লেখক পদক।
ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰৱন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ
"ড° ৰবীন জামান"ৰ সদস্য পৃষ্ঠালৈ উভতি যাওক।