B.A. 5th Sem questions paper under G.U. সম্পাদনা কৰক

1.“ প্ৰকৃতিৰ ৰচকৰ হাতৰ পৰা সৃষ্ট সকলাে বস্তুৱেই ভাল ; কিন্তু মানুহৰ হাতত এই সকলােবোৰ বস্তুৱেই অধঃপতিত হয় । ” এই উক্তিটো কাৰ ? Everything is good as it comes from the hands of the author of nature ; but everything degenerates in the hands of man ." Who gave this statement ?

2.“ দর্শন আৰু শিক্ষা হ'ল এটা মুদ্ৰাৰ ইপিঠি - সিপিঠি । ” কথাষাৰ কোনে কৈছিল ?

Philosophy and Education are two sides of a coin . " Who said this ? 

3.অধিবিদ্যা হৈছে_____ বিজ্ঞান। Metaphysics is the science of _______.

4. অহিংসা আৰু অজ্ঞানতাৰ পৰা মুক্তি_____ দৰ্শনৰ মূল নীতি আছিল । Ahimsa (non violence ) and liberation from ignorance were the best principles of_____ philosophy.

5. যোগ দৰ্শনৰ জনক আছিল _____। Originator of Yoga philosophy was_____.

6. ____ৰ শিক্ষা হৈছে মুছলমান শিক্ষাৰ প্ৰথম পদক্ষেপ । Teaching of_____ is the first step of Muslim education.

7._____হৈছে সকলো বিজ্ঞানৰ বিজ্ঞান। _____ is the science of all sciences.

8. প্রকৃতিবাদৰ দুটা নীতি উল্লেখ কৰা। Mention two principles of naturalism.

9.ইছলামীয়া দৰ্শনৰ দুটা গুৰুত্বপূৰ্ণ দিশ লিখা। Write two important aspects of Islamic philosophy

10. আদৰ্শবাদ আৰু প্ৰয়ােগবাদৰ মাজত থকা দুটা প্ৰভেদ উল্লেখ কৰা ।

Write two differences between idealism and pragmatism.

11. গণতন্ত্ৰৰ আধুনিক ধাৰণাটো কি? What is the modern concept of democracy?

12. "শিক্ষা দৰ্শনৰ গতিশীল দিশ।" যুক্তি দৰ্শোৱা । "Education is the dynamic side of philosophy." Justify.

13. যোগ দৰ্শনৰ শিক্ষণৰ পাঁচটা পদ্ধতি সম্পৰ্কে লিখা। Write about five methods of teaching of Yaga philosophy.

14. আদৰ্শবাদৰ পাঁচটা মূল বৈশিষ্ট্য সম্পৰ্কে লিখা ।

Write about five chief characteristics of idealism.

15. বৈদিক দৰ্শনৰ শৈক্ষিক তাৎপৰ্য চমুকৈ ব্যাখ্যা কৰা । Briefly explain the educational significance of Vadic philosophy.

16. ৰুছোৰ নেতিবাচক শিক্ষাই কিদৰে শিশুক অধৰ্ম আৰু ভূলৰ পৰা ৰক্ষা কৰিব পাৰে, ব্যাখ্যা কৰা । Explain how negative education can save the child from vices and mistakes according to Rousseau.

17. দৰ্শন কি? শিক্ষাত দৰ্শনৰ গুৰুত্ব সম্পৰ্কে বিতংভাৱে আলোচনা কৰা। What is philosophy? Discuss in detail about the importance of philosophy in education.

18. প্ৰয়োগবাদ কি? প্রয়ােগবাদেশিক্ষাৰ বিভিন্ন দিশক কিদৰে প্ৰভাৱিত কৰিছে ? চমুকৈ ব্যাখ্যা কৰা। What is pragmatism ? How does pragmatism influence various aspects of education? Explain briefly.

19. শিক্ষাৰ লক্ষ্য আৰু শিক্ষণ পদ্ধতিৰ ক্ষেত্ৰত আদর্শবাদ আৰু প্রকৃতিবাদৰ এক তুলনামূলক বিশ্লেষণ কৰা।

Make comparative analysis between idealism and naturalism regarding aims of education and methods of teaching.

20. বৌদ্ধ দর্শনৰ নীতিসমূহ কি কি ? মানৱ জীৱনত ‘ অষ্টাংগিক মাগৰ তাৎপর্য আলােচনা কৰা। What are the principles of Buddhist philosophy ? Discuss the significance of " Astangik Marg in human life.

21.ইছলামীয় দর্শনৰ মতে সত্য , জ্ঞান আৰু মূল্যবােধৰ ধাৰণা ব্যাখ্যা কৰা । শিক্ষা ব্যৱস্থাত ইছলামীয় চিন্তনা কিদৰে প্রতিফলিত হৈছিল ? Explain the concept of reality , knowledge and value according to Islamic philosophy . How were Islamic thoughts reflected in the system of education ?

22.গণতন্ত্রৰ মূল নীতিসমূহ কি কি ? শিক্ষাৰ গণতান্ত্রিক নীতিসমূহে ভাৰতীয় শিক্ষা পদ্ধতি কি ধৰণে প্ৰভাৱিত কৰিছে ? আলােচনা কৰা। What are the main principles of democracy ? How far is the Indian education system influenced by the democratic principles of education ? Discuss . নাছিল উদ্দিন আহমেদ (বাৰ্তা) 19:27, 24 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Education honour 302 3rd semester সম্পাদনা কৰক

ৰুছোৰ নেতিবাচক শিক্ষাৰ বিষয়ে আলোচনা কৰা 2409:4065:E9B:7278:0:0:81C8:B20C 12:44, 24 November 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Education সম্পাদনা কৰক

2401:4900:38CB:13C9:9934:BBE0:3F98:F094 13:05, 6 February 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক