তথ্যসূত্ৰ সম্পাদনা কৰক

ৱিকিপিডিয়াত "গোঁসাইঘৰ" পৃষ্ঠাটোৰ বাবে ধন্যবাদ। কিন্তু ইয়াত লিখা প্ৰবন্ধবোৰত উপযুক্ত ৰেফাৰেন্স থাকিব লাগে। নহ'লে বিশ্বকোষৰ উপযোগী নহয় বুলি আপত্তি উঠে। অনুগ্ৰহ কৰি প্ৰয়োজনীয় সালসলনি কৰিব। এই বিষয়ে সহায় "ৱিকিপিডিয়া:সৰল_সহায়িকা#তথ্যসূত্ৰ_কেনেকৈ_দিব" পৃষ্ঠাত পাব। — গীতাৰ্থ বৰদলৈ (talk) 17:35, 7 মে' 2019 (ইউ.টি.চি.)