মনোৰঞ্জন মজুমদাৰ
নমস্কাৰ, মনোৰঞ্জন মজুমদাৰ
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
বিষ্ণু শইকীয়া বাৰ্তা 15:21, 30 মাৰ্চ 2012 (UTC)
তথ্য সম্ভাৰৰ প্ৰয়োগ
সম্পাদনা কৰকতথ্য সম্ভাৰৰ বাবে, গ্ৰন্থ হ'লে, গ্ৰন্থৰ নাম, লেখকৰ নাম, প্ৰকাশকৰ নাম, চন, সংস্কৰণ আদি দিবলৈ চেষ্টা কৰিব। আনহাতে কোনো আলোচনীৰ প্ৰবন্ধ হ'লে, কোন চনৰ, কোন মাহৰ সংস্কৰণ, লেখকৰ নাম আৰু পৃষ্ঠা সংখ্যা দিবলৈ যত্ন কৰিব। তথ্য সম্ভাৰৰ মূল অৰ্থ হৈছে, কোনোবাই বিচাৰিলে যাতে সহজে পাব পাৰে, তেনেকৈ থোৱা। গতিকে যিমান পাৰে, pin point কৰি দিবলৈ চেষ্টা কৰিব। -উদ্দীপ তালুকদাৰ (মই আকৌ password পাহৰিলো!)
উদাহৰণ স্বৰূপে:
- লেখক, গ্ৰন্থ, প্ৰকাশক, সংস্কৰণ, চন, ISBN নং (যদি আছে)
- লেখক, প্ৰবন্ধৰ নাম, আলোচনীত প্ৰকাশিত, volume (বছৰ), issue number (মাহ / পষেক), পৃ. xx-yy, ISSN নং (যদি আছে)
আলোচনীখনৰ ৱিকিপিডিয়াৰ লিংক দিয়াৰ প্ৰয়োজন নাই। কাৰণ সেইটো প্ৰবন্ধত আপুনি দিয়াৰ তথ্য চাবলৈ উপায় নাই। যদি আলোচনী খনৰ ৱেব সংস্কৰণ আছে, তাৰে প্ৰবন্ধটোলৈ লিংক দিব পাৰে। উদাহৰণ স্বৰূপে:
- লেখক, প্ৰবন্ধৰ নাম, আলোচনীত প্ৰকাশিত, volume (বছৰ), issue number (মাহ), পৃ. xx-yy, ISSN নং (যদি আছে) [| সংযোগ]
The Teamwork Barnstar
সম্পাদনা কৰকThe Teamwork Barnstar | ||
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ। বিষ্ণু শইকীয়াবাৰ্তা 11:16, 12 এপ্ৰিল 2012 (UTC) |
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
সম্পাদনা কৰকGreetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.