অসাধু ব্যক্তিৰ সম্পাদনা সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াত যিহেতু সকলোৱে লিখাৰ সুবিধা আছে , মোৰ চিন্তা হৈছে যদি কোনো অসাধু ব্যক্তিয়ে ভ্ৰান্ত অথৱা লিখিব নলগা তথ্য সম্পাদনা বা লিখি প্ৰচাৰ কৰিলে অসমীয়া ৱিকিপিডিয়াৰ লগতে অসমীয়া জাতি আৰু ভাষাৰ সন্মান লাঘৱ হব। ইয়াৰ উপায় কি ? যুগল জ্যোতি (talk) 02:40, 11 November 2015 (ইউ.টি.চি.)উত্তৰ দিয়ক

ইয়াৰ উপায় হৈছে, যদি এনে যিকোনো কাৰ্য আমাৰ চকুত পৰে আমি ততালিকে সেইবোৰ আঁতৰাই পেলাব লাগে। তাৰ বাবে পৃষ্ঠাৰ ইতিহাস চাওকত টিপিলে যিখন পৃষ্ঠা ওলাব তাত পূৰ্ৱবত কৰক বুলি বিকল্প এটা পাব, তাৰ যোগেদি সহজতে এনে কাৰ্য ৰোধ কৰিব পাৰিব। ইয়াৰো পৰি এইবোৰৰ পৰিচৰ্যাৰ বাবে আমাৰ কাৰিকৰী সহায়ক (প্ৰশাসক) আৰু ব'ট (ৰব'ট সদস্য) সকল আছে। - দিব্য দত্ত (বাৰ্তা) 05:03, 11 November 2015 (ইউ.টি.চি.)উত্তৰ দিয়ক