AdoroniBot (বাৰ্তা) 14:21, 11 January 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

তথ্য সংযোগ সম্পাদনা কৰক

নমস্কাৰ, অসমীয়া ৱিকিপিডিয়ালৈ স্বাগতম! মহাশয়, আপুনি কোচ ৰাজবংশী পৃষ্ঠাটোত আজি কোনো তথ্য সূত্ৰ প্ৰদান নকৰাকৈ ব্যাপক সালসলনি কৰিছে। এয়া ৱিকিপিডিয়াৰ নীতি বিৰোধী কাৰ্য। গতিকে আপোনাক ভৱিষ্যতে এনে নকৰিবলৈ আহ্বান জনোৱা হ’ল। ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 08:28, 22 January 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক