শ্ৰীমতী প্ৰীতিশিখা শইকীয়া
নমস্কাৰ, শ্ৰীমতী প্ৰীতিশিখা শইকীয়া
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
প্ৰবন্ধৰ তথ্যসূত্ৰ বা উদ্ধৃতি কেনেকৈ দিব
সম্পাদনা কৰকঅসমীয়া ৱিকিপিডিয়াত আপুনি শেহতীয়াকৈ সৃষ্টি কৰা দৰ পূজা , মৃতকক দিয়া, তাল পিঠা আদি প্ৰবন্ধৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ লগতে আন্তৰিক অভিনন্দন যাচিলোঁ। ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহত সন্নিৱিষ্ট তথ্যসমূহৰ উৎস সঠিকভাৱে উল্লেখ কৰাটো অতিশয় জৰুৰী। ই প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বঢ়োৱাৰ লগতে ইয়াৰ মান বৃদ্ধি কৰে। কোনো গ্ৰন্থৰ পৰা উদ্ধৃত তথ্য হ'লে গ্ৰ্ন্থখনৰ নাম আৰু লেখকৰ নামৰ লগতে গ্ৰন্থখন কোন চনত প্ৰকাশ পাইছিল, প্ৰকাশক কোন এই কথাখিনিও সন্নিৱিষ্ট কৰিব লাগে। প্ৰবন্ধ এটাত অতি সহজতে তথ্যসূত্ৰ বা Reference দিবলৈ ৪:১৫ মিনিটৰ এই ভিডিঅ'টো চাব পাৰে। ইয়াৰ লগতে আপুনি ৱিকিপিডিয়াৰ অন্যান্য প্ৰবন্ধসমূহ পঢ়ি চালেও বিভিন্ন বিষয়ত সহায় পাব। অসমৰ মাছ ধৰা সঁজুলি প্ৰবন্ধটো পঢ়ি চাবচোন। আশাকৰোঁ আগলৈয়ো এনেদৰে ৱিকিপিডিয়াৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকিব। শুভেচ্ছাৰে। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 15:42, 9 মে' 2021 (ইউ.টি.চি.)
- নমস্কাৰ শ্ৰীমতী প্ৰীতিশিখা শইকীয়া, এই বাৰ্তাটো চাবলৈ অনুৰোধ কৰিলোঁ। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 09:04, 10 মে' 2021 (ইউ.টি.চি.)
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
সম্পাদনা কৰকGreetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.