বিষ্ণু শইকীয়া 08:45, 3 নৱেম্বৰ 2014 (UTC)


ৱিকিত লিখাৰ সহজ আৰম্ভনী টো হৈছে লিখা আৰম্ভ কৰা। যিকোনো এটা বিষয় লওক, "সন্ধান কৰক" বাকচটোত লিখি বিচাৰি চাওক আৰু যদি নেপায় তেন্তে আৰম্ভ কৰক। ইংৰাজী বা অসমীয়া ৱিকিৰ তেনে ধৰণৰ প্ৰবন্ধৰ পৰা আইডয়া ল'ব পাৰে।

মোৰ ফোন নং ৯৪৩৫৭৮১৮৯৬ - অসুবিধা পালে যোগাযোগ কৰিব পাৰে।

প্রভাকৰ শৰ্মা নেওগ (talk) 17:53, 14 জুন 2015 (UTC)