ক্ষিপ্ৰ বিলোপন সম্পাদনা কৰক

আপোনাৰ অসমীয়া নৱপ্ৰজন্ম প্ৰবন্ধটোত ক্ষিপ্ৰ বিলোপনৰ ফলক লাগি আছে। মৌলিক প্ৰবন্ধ ৱিকিপিডিয়াত লিখিব নোৱাৰি। অনুগ্ৰহ কৰি তথ্যমূলক আৰু নিৰপেক্ষ প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰিব। ধন্যবাদ। অনামিকা(চুমু) বড়া (talk) 06:12, 27 May 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক