হৃষীৰাজ শৰ্মা
নমস্কাৰ, হৃষীৰাজ শৰ্মা
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
--অম্লান জ্যো ব 02:50, 30 জানুৱাৰী 2012 (UTC)
হাৰিভাংগা সম্পাদনা কৰক
আপুনি হাৰিভাংগা গাঁওৰ ওপৰত লিখা প্ৰবন্ধটো শ্ৰেণী:অসমৰ গাওঁ ৰ পৰা হাৰিভাংগালৈ স্থানান্তৰিত কৰা হ’ল। প্ৰবন্ধ এটা কোনো শ্ৰেণীত নিলিখিব। প্ৰবন্ধ এটাত শ্ৰেণী সংযোগহে কৰিব।
সহায়ৰ বাবে ইয়াত চাওক: Wikipedia:পৰিচয়। --অম্লান জ্যো ব 02:50, 30 জানুৱাৰী 2012 (UTC)
ভুল সম্পাদনা কৰক
অ'উ বোলোঁ "সহায়:Assamese script display and Input help"ৰ নাম "সহায়:হাৰিভাংগা" ভুলতে কৰিছিলা হ'বলা ! অলপ সাৱধান হ'বা আৰু :) গীতাৰ্থ বৰদলৈ (talk) 18:33, 1 মাৰ্চ 2012 (UTC)