প্ৰৱন্ধ লিখোতাৰ নাম সম্পাদনা কৰক

নমস্কাৰ, সম্ভাষণ গ্ৰহণ কৰিব। ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। শেহতীয়াকৈ আপুনি সৃষ্টি কৰা কেইটামান প্ৰৱন্ধত আপুনি নিজৰ নাম লিখা পৰিলক্ষিত হৈছে, কিন্তু ৱিকিপিডিয়াৰ প্ৰৱন্ধত যিকোনো ব্যক্তিৰ নামত প্ৰৱন্ধ প্ৰকাশ কৰা নহয়। ইয়াৰ প্ৰৱন্ধবোৰৰ কোনো নিৰ্দিষ্ট লিখক নেথাকে আৰু ই মৌলিক (নিজা সৃষ্টি) হোৱা অনুচিত। সেয়ে প্ৰৱন্ধবোৰ লিখোতে নিজৰ নাম অন্তৰ্ভূক্ত নকৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। আশাকৰো ৱিকিপিডিয়াত আপোনাৰ অৱদান সদায়ে অব্যহত থাকিব। পুনৰ ধন্যবাদেৰে -- দিব্য দত্ত (বাৰ্তা) 19:05, 1 February 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৰূপম দাসক্ষীপ্ৰ বিলোপনৰ নামংকন সম্পৰ্কে সম্পাদনা কৰক

আপুনি হয়তো প্ৰবন্ধ সৃষ্টিৰ বাবে যিকোনো ৱিজাৰ্ডৰ সহায় ল'ব পাৰে। ইয়াৰ বাবে প্ৰবন্ধ ৱিজাৰ্ড চাওক।

ধন্যবাদ।
 

ৰূপম দাস নামৰ প্ৰবন্ধটো ৱিকিপিডিয়াৰ পৰা অতি সোনকালে বিলোপ কৰা হ'ব। যিহেতু এই প্ৰবন্ধটো কোনো জীৱিত ব্যক্তি নাইবা কোনো ব্যক্তিৰ দল, কোনো প্ৰাণী, সংস্থা (বেণ্ড, সংঘ, কোম্পানী, "ইত্যাদি") ইণ্টাৰনেটৰ সম্বল অথবা কোনো অনুষ্ঠান সম্পৰ্কীয় কিন্তু ই কিয় আৰু কেনেকৈ দৰকাৰী অথবা গুৰুত্বপূৰ্ণ সেয়া উল্লেখ কৰা হোৱা নাই: অৰ্থাৎ, এই বিষয়ৰ প্ৰবন্ধটো কিয় বিশ্বকোষত থকা প্ৰয়োজনক্ষীপ্ৰ বিলোপনৰ মাপকাঁঠীৰ A7 অনুচ্ছেদৰ অধীনত, এনে প্ৰবন্ধসমূহ যিকোনো সময়ত বিলোপ কৰা হ'ব পাৰে। যদি এই বিষয়টো প্ৰকৃততে কিয় বিশ্বকোষত স্থান লাভ কৰিব লাগে সেইটো আপুনি দেখুৱাব পাৰে, তেন্তে আপুনি মুক্তভাৱে বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো আকৌ সৃষ্টি কৰিব পাৰিব।

অনুগ্ৰহ কৰি সাধাৰণতে উল্লেখযোগ্য বুলি বিবেচনা কৰা সম্পৰ্কে ইয়াত পঢ়ক, আৰু বিশেষভাৱে জীৱনী সম্পৰ্কে, ইণ্টাৰনেট বিষয়ৰ, সংগীতজ্ঞ সম্পৰ্কে, বা কোম্পানী সম্পৰ্কে লিখিত প্ৰবন্ধৰ বাবে প্ৰয়োজনীয় মাপকাঁঠী সমূহ চাওক। এই সম্পৰ্কে যদি আপোনাৰ যিকোনো প্ৰশ্ন আছে তেন্তে মোৰ আলোচনা পৃষ্ঠাত মুক্তমনে আলোচনা কৰিব পাৰে। দিব্য দত্ত (বাৰ্তা) 19:46, 1 February 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

মোৰ ৱিকিপিডিয়া সম্পৰ্কে একো জ্ঞান নাই। ব্যৱহাৰ বা লিখিব একো নাজানো। পৰীক্ষামূলকভাবে শিকি আছো নিজে নিজে। আপোনাৰ সময় থাকিলে মোক শিকালে উপকৃত হম। ... ৰূপম দাস (talk) 10:14, 2 February 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক
নিশ্চয়, মোৰ হোৱাটছ্ এপ্ নম্বৰ "9854679256" নাইবা মোৰ বাৰ্তা পৃষ্ঠাত যোগাযোগ কৰিব পাৰে। -দিব্য দত্ত (বাৰ্তা) 11:17, 4 February 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.