বিষ্ণু  বাৰ্তা  14:19, 4 মে' 2012 (UTC)

ছবিৰ কপিৰাইট সম্পাদনা কৰক

আপুনি আন ৱেবচাইটৰ পৰা ডাউনলোড কৰা আলোকচিত্ৰ সমূহ ৱিকিত আপলোড কৰিছে, এইবোৰে কপিৰাইট ভংগ কৰিব পাৰে, অনুগ্ৰহ কৰি এনে ছবি আপলোড কৰোতে সাৱধান হ’ব| কেৱল নিজে তোলা ছবি বা নিজৰ লগত কপিৰাইট থকা ফটোহে ৱিকিত আপ্লোড কৰিব, আপুনি আপ্লোড কৰা ছবি সমূহ মচি পেলোৱা হ’ব পাৰে| দীপাংকৰ চেতিয়া বাৰ্তা 08:24, 19 জুলাই 2012 (UTC)