Anuragbaruah
নমস্কাৰ, Anuragbaruah
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
বিশ্বকোষত লিখা
সম্পাদনা কৰকঅনুগ্ৰহ কৰি বিশ্বকোষত লিখাৰ আগতে অসমীয়া টাইপিঙত পাকৈত হৈ লওক। ৱিকিপিডিয়া:পাঁচটা স্তম্ভ আৰু ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয় পৃষ্ঠা দুখনত এবাৰ চকু ফুৰাওক। গীতাৰ্থ বৰদলৈ (talk) 20:24, 10 মাৰ্চ 2012 (UTC)