আপুনি যি ব্যৱসায়েই নকৰক কিয় সেয়া অসমীয়া ৱিকিপিডিয়াত প্ৰকল্প পৃষ্ঠা সৃষ্টি কৰি আমাক জনাব নালাগে। অনুগ্ৰহ কৰি ৱিকিপিডিয়া কি নাজানিলে আমাক সোধক আৰু প্ৰবন্ধ লিখি ৱিকিপিডিয়ালৈ অৰিহণা যোগাওক। তাৰ সলনি ইণ্টেৰিয়'ৰৰ পৃষ্ঠা তৈয়াৰ কৰি থাকিলে (তাকো ইংৰাজীত) সেয়া vandalism বুলি গণ্য কৰা হ'ব আৰু আপোনাৰ একাউণ্ট ব্লক কৰা হ'ব। ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 08:35, 1 আগষ্ট 2012 (UTC)