দীপাংকৰ চেতিয়া বাৰ্তা 18:53, 18 মাৰ্চ 2012 (UTC)

অসমীয়া ভাষা সম্পাদনা কৰক

গাৰ্গ ডাঙৰীয়া, এইখন অসমীয়া ৱিকিপিডিয়াহে। ইংৰাজী প্ৰবন্ধ লিখিবলৈ ইচ্ছা কৰিলে তাৰ বাবে ইংৰাজী ৱিকিপিডিয়া আছেই। অনুগ্ৰহ কৰি অসমীয়া ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অসমীয়া টাইপিং শিকি লওক নাইবা ইয়াতে পৃষ্ঠাৰ ওপৰত ওলাই থকা উপলব্ধ অসমীয়া যিকোনো এখন কী-ব'ৰ্ডৰ সহায় লওক। -- গীতাৰ্থ বৰদলৈ (talk) 16:32, 19 মাৰ্চ 2012 (UTC)