বিষ্ণু শ‍ইকীয়াবাৰ্তা 17:33, 10 এপ্ৰিল 2012 (UTC)

ৰঙিয়া পৃষ্ঠাখনত লগত দীপ্তশ্বৰী দেৱালয়ক অন্তৰ্ভূক্ত কৰা দেখিলো। ৰঙিয়া পৃষ্ঠাটো একে নামৰ নগৰখনৰ বিষয়েহে। নগৰ সম্পৰ্কীয় পৃষ্ঠাবোৰত আশ-পাশৰ সকলোবোৰ সুমুৱাই দিলে পঢ়ুৱৈ বিভ্ৰান্ত হব। আশেপাশে থকা ঐতিহাসিক বা পৰ্যটনৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ বিষয়বোৰ জিলা সম্পৰ্কীয় প্ৰবন্ধবোৰত সোমাই দিলে বেছি ভাল হব। এতেকে মঠ-মন্দিৰ শীৰ্ষক দফাটো কামৰূপ জিলা শীৰ্ষক পৃষ্ঠাখনত সংযোগ কৰক। বাবুল বৈশ্য