Bitopan
নমস্কাৰ, Bitopan
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
বিষ্ণু শইকীয়াবাৰ্তা 17:33, 10 এপ্ৰিল 2012 (UTC)
ৰঙিয়া পৃষ্ঠাখনত লগত দীপ্তশ্বৰী দেৱালয়ক অন্তৰ্ভূক্ত কৰা দেখিলো। ৰঙিয়া পৃষ্ঠাটো একে নামৰ নগৰখনৰ বিষয়েহে। নগৰ সম্পৰ্কীয় পৃষ্ঠাবোৰত আশ-পাশৰ সকলোবোৰ সুমুৱাই দিলে পঢ়ুৱৈ বিভ্ৰান্ত হব। আশেপাশে থকা ঐতিহাসিক বা পৰ্যটনৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ বিষয়বোৰ জিলা সম্পৰ্কীয় প্ৰবন্ধবোৰত সোমাই দিলে বেছি ভাল হব। এতেকে মঠ-মন্দিৰ শীৰ্ষক দফাটো কামৰূপ জিলা শীৰ্ষক পৃষ্ঠাখনত সংযোগ কৰক। বাবুল বৈশ্য
Bitopanৰ সৈতে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। Bitopanৰ সৈতে সংযোগ আৰু সহযোগিতা কৰিবলৈ এটা নতুন আলোচনা আৰম্ভ কৰক। ইয়াত আপুনি যি লিখিব সেয়া আনৰ বাবে ৰাজহুৱা হ’ব।