IamDipuBarman
নমস্কাৰ, IamDipuBarman
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
পৃষ্ঠা যোগ
সম্পাদনা কৰককেইবাটাও একাউণ্টৰ পৰা বাৰে বাৰে অপ্ৰয়োজনীয় পৃষ্ঠা যোগ কৰি থকা বাবে আপোনাৰ আই পি ঠিকনাৰ তিনিদিনৰ বাবে বাৰণ কৰা হৈছে। এই সময় উকলি যোৱাৰ পাছতো যদি আপুনি ৱিকিপিডিয়াত এনেকুৱা পৃষ্ঠা যোগ কৰে তেন্তে আপোনাৰ একাউণ্ট আৰু আই পি ঠিকনা স্থায়ীভাৱে বাৰণ কৰা হ'ব। অনুগ্ৰহ কৰি "ৱিকিপিডিয়া:সৰল সহায়িকা" পৃষ্ঠাটো পঢ়ি চাওক। ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 06:49, 2 March 2019 (ইউ.টি.চি.)