Jyotishmaan Das
নমস্কাৰ, Jyotishmaan Das
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
উল্লেখযোগ্যতা
সম্পাদনা কৰকনমস্কাৰ, ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ আপুনি দেখুওৱা আগ্ৰহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ শেহতীয়াকৈ আপুনি কেইবাটাও নতুন প্ৰবন্ধ সৃষ্টি কৰিছে, কিন্তু দেখা গৈছে যে আপুনি অসমৰ সাহিত্যিক সম্পৰ্কে লিখা প্ৰবন্ধকেইটাই উল্লেখযোগ্যতা সাব্যস্ত কৰিব পৰাকৈ তথ্য উৎস প্ৰদান কৰা হোৱা নাই৷ বৰ্তমান সময়ত অসমত সহস্ৰাধিক লেখক, লেখিকা, কবি, অধ্যাপক, খেলুৱৈ, গায়ক, অভিনেতা আদি আছে, কিন্তু আমি সকলোৰে জীৱনী ৱিকিপিডিয়াত সন্নিবিষ্ট কৰিব নোৱাৰোঁ৷ ইয়াৰ বাবে ৱিকিপিডিয়াৰ কিছুমান নীতি নিৰ্ধাৰণ কৰা আছে৷ এই পৃষ্ঠাত আপুনি বিশদভাবে পঢ়িব পাৰিব৷ আশাকৰোঁ আপুনি ৱিকিপিডিয়াত আপোনাৰ বৰঙণি অব্যাহত ৰাখিব৷ শুভেচ্ছাৰে... দিব্য দত্ত (বাৰ্তা) 07:31, 20 October 2024 (ইউ.টি.চি.)
- আপোনাৰ মন্তব্য আৰু পৰামৰ্শৰ বাবে ধন্যবাদ৷ মোৰ দ্বাৰা লিখিত প্ৰবন্ধকেইটিত মই অধিক তথ্য উৎস সংযোজনৰ প্ৰয়াস কৰিম৷ কিন্তু যিকেইগৰাকী ব্যক্তিৰ বিষয়ে লিখা হৈছে, আটাইকেইগৰাকীয়ে অসমৰ উল্লেখযোগ্য আৰু বৰেণ্য ব্যক্তি৷ ব্যক্তিকেইগৰাকীৰ বিষয়ে ৱিকিপিডিয়াত তথ্য নথকাৰ বাবেহে মই লিখিছিলোঁ৷ Jyotishmaan Das (বাৰ্তা) 13:53, 20 October 2024 (ইউ.টি.চি.)
- আপোনাৰ উদ্যেশ্যক সন্মান জনাইছোঁ৷ ইতিমধ্যে মই দুটামান প্ৰবন্ধত তথ্যসূত্ৰ সংযোগ কৰিছোঁ৷ আশাকৰোঁ আপুনিও অধিক তথ্য আৰু তথ্যসূত্ৰ সংযোগ কৰি প্ৰবন্ধকেইটা সুন্দৰ কৰি তুলিব৷ দিব্য দত্ত (বাৰ্তা) 16:32, 20 October 2024 (ইউ.টি.চি.)
- নিশ্চয়। ধন্যবাদ। Jyotishmaan Das (বাৰ্তা) 17:34, 20 October 2024 (ইউ.টি.চি.)
- আপোনাৰ উদ্যেশ্যক সন্মান জনাইছোঁ৷ ইতিমধ্যে মই দুটামান প্ৰবন্ধত তথ্যসূত্ৰ সংযোগ কৰিছোঁ৷ আশাকৰোঁ আপুনিও অধিক তথ্য আৰু তথ্যসূত্ৰ সংযোগ কৰি প্ৰবন্ধকেইটা সুন্দৰ কৰি তুলিব৷ দিব্য দত্ত (বাৰ্তা) 16:32, 20 October 2024 (ইউ.টি.চি.)