Kalamya
নমস্কাৰ, Kalamya
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
বিৰাম চিহ্ন
সম্পাদনা কৰকনমস্কাৰ, প্ৰথমতে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰিবলৈ আগ বাঢ়ি অহাৰ বাবে ধন্যবাদ। আপুনি বাক্যৰ শেষত "।" (দাৰি) চিহ্নটোৰ ঠাইত "!" (আশ্চৰ্যবোধক) ব্যৱহাৰ কৰি আছে। হয়তো কীৱৰ্ডত বিচাৰি নাপাবও পাৰে। মন কৰিবচোন। শুভেচ্ছাৰে-অজয় দাস (বাৰ্তা) 13:37, 14 November 2016 (ইউ.টি.চি.)
User:Kalamya : হয় , আপুনি কথা টো ঠিকেই কৈছে -"।" (দাৰি) চিহ্নটো নায়েই ।
- Shift আৰু . চিহ্ন একেলগে টাইপ কৰি চাবচোন। -- চাণক্য কুমাৰ দাস (talk) 12:49, 29 November 2016 (ইউ.টি.চি.)
User:Kalamya : চেষ্টা কৰি আছো ৰ'ব। পাই গলো।
- কিবা মন্তব্য দিয়াৰ পিছত চহী কৰিবলৈ ~ এনেকুৱা চাৰিডাল ব্যৱহাৰ কৰিব। আপোনাৰ নাম আৰু মন্তব্যৰ সময় নিজে নিজেই ওলাই আহিব।-অজয় দাস (বাৰ্তা) 04:31, 2 December 2016 (ইউ.টি.চি.)
ধন্যবাদ জনাইছোঁ অজয় দাস ডাঙৰীয়া Kalamya (talk) 16:46, 7 December 2016 (ইউ.টি.চি.)
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
সম্পাদনা কৰকGreetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.