নমস্কাৰ/অচ্ছালামু আলাইকুম ,
অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম । মোৰ ঘৰ বৰপেটা জিলাৰ বৰপেটা ৰোড চহৰৰ আল আমিন নগৰত। বৰ্তমান মই ৱেব কনসালটেন্ট হিচাবে কৰ্মৰত । মই মূলতঃ অসমীয়া আৰু ইংৰাজী ৱিকিপিডিয়াত অৱদান আগবঢ়াও লগতে বাংলা আৰু হিন্দী ৱিকিপেডিয়াটো অলপ কাম কৰোঁ। তদুপৰি ৱিকিৰ ভগ্নী প্ৰকল্প ৱিকি ডাটা, ৱিকি কমন্স, মেটা আদিতো সৰু-সুৰা কাম কৰোঁ।
চিৰ চেনেহী মোৰ ভাষা জননী

User:Kalamya


   
Kalamya
নাম মাইন্ উদ্দিন
জন্ম দিন ৭ জুলাই , ১৯৭৭
জন্ম স্থান বৰভিঠা
বৰ্তমানৰ ঠিকনা বৰপেটা
জাতীয়তা ভাৰতীয়ভাৰত
শিক্ষা আৰু নিযুক্তি
পেচা তথ্য প্রযুক্তি বিদ্যা
বিশ্ববিদ্যালয় মাধুৰাই কামৰাজ বিশ্ববিদ্যালয়, গৌহাটি বিশ্ববিদ্যালয়, শ্ৰীৰামপুৰ বিশ্ববিদ্যালয়, আন্না বিশ্ববিদ্যালয়
যোগাযোগ
ই-মেইল ceo@indilens.com
ফেইচবুক মাইন্ উদ্দিন


অতি সোনকালে বাকী খিনি লিখিম
Noia 64 apps karm.svg এই সদস্যজন ৱিকিপিডিয়াত ১০ বছৰ আৰু ২৩ দিন ধৰি আছে।
Rhino logo Assam1.png This user comes from Assam.
এই সদস্যজন অসমৰ
Assamese Jaapi.png “জয় আই অসম”
এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে।
Wikipedia:Babel
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
en-3 This user is able to contribute with an advanced level of English.
bn-2 এই ব্যবহারকারী বাংলা ভাষার মধ্যবর্তী প্রয়োগ করতে পারেন।
Search user languages