নমস্কাৰ/অচ্ছালামু আলাইকুম ,
অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম । মোৰ ঘৰ বৰপেটা জিলাৰ বৰপেটা ৰোড চহৰৰ আল আমিন নগৰত। বৰ্তমান মই ৱেব কনসালটেন্ট হিচাবে কৰ্মৰত । মই মূলতঃ অসমীয়া আৰু ইংৰাজী ৱিকিপিডিয়াত অৱদান আগবঢ়াও লগতে বাংলা আৰু হিন্দী ৱিকিপেডিয়াটো অলপ কাম কৰোঁ। তদুপৰি ৱিকিৰ ভগ্নী প্ৰকল্প ৱিকি ডাটা, ৱিকি কমন্স, মেটা আদিতো সৰু-সুৰা কাম কৰোঁ।
চিৰ চেনেহী মোৰ ভাষা জননী

User:Kalamya


   
Kalamya
নাম মাইন্ উদ্দিন
জন্ম দিন ৭ জুলাই , ১৯৭৭
জন্ম স্থান বৰভিঠা
বৰ্তমানৰ ঠিকনা বৰপেটা
জাতীয়তা ভাৰতীয়ভাৰত
শিক্ষা আৰু নিযুক্তি
পেচা তথ্য প্রযুক্তি বিদ্যা
বিশ্ববিদ্যালয় মাধুৰাই কামৰাজ বিশ্ববিদ্যালয়, গৌহাটি বিশ্ববিদ্যালয়, শ্ৰীৰামপুৰ বিশ্ববিদ্যালয়, আন্না বিশ্ববিদ্যালয়
যোগাযোগ
ই-মেইল ceo@indilens.com
ফেইচবুক মাইন্ উদ্দিন


অতি সোনকালে বাকী খিনি লিখিম
এই সদস্যজন ৱিকিপিডিয়াত ১২ বছৰ, ৫ মাহ, আৰু ১০ দিন ধৰি আছে।
This user comes from Assam.
এই সদস্যজন অসমৰ
“জয় আই অসম”
এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে।
Wikipedia:Babel
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
en-3 This user is able to contribute with an advanced level of English.
bn-2 এই ব্যবহারকারী বাংলা ভাষার মধ্যবর্তী প্রয়োগ করতে পারেন।
Search user languages