AdoroniBot (বাৰ্তা) 06:45, 28 July 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধ্বংসপ্ৰৱণতা আৰু অন্য সদস্যৰ প্ৰতি বেয়া ব্যৱহাৰ সম্পাদনা কৰক

নমস্কাৰ, অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। ই এখন অনলাইন মুক্ত বিশ্বকোষ। ইয়াত সকলোৱে সহযোগিতাৰ মনোভাৱেৰে কাম কৰি বিশ্বকোষখন সমৃদ্ধ কৰিছে। কিন্তু দেখা গৈছে আপুনি কিছু সম্পাদনাত ধ্বংসপ্ৰৱণতাৰ লগতে অন্য সদস্যৰ প্ৰতি অসভ্য ব্যৱহাৰ কৰিছে। সেয়ে আপোনাক এই ৱিকিত সম্পাদনা কৰাত ২৪ ঘণ্টাৰ বাবে বাৰণ কৰা হৈছে। লগতে এটা কথা জনাই থওঁ যে কোনো এটা সম্পূৰ্ণ প্ৰবন্ধত কোনো গুৰুত্বপূৰ্ণ সম্পাদনা কৰাৰ বাবে আগেয়ে আলোচনা পৃষ্ঠাত আলোচনা কৰি লোৱা উচিত। ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 14:53, 7 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

বিলোপ টেগ আঁ‌তৰোৱা সন্দৰ্ভত সম্পাদনা কৰক

নমস্কাৰ Kashyap's ReAction Channel, অনুগ্ৰহ কৰি কাশ্যপ জ্যোতি বৰা প্ৰবন্ধটোত কৰাৰ দৰে আপুনি নিজে সৃষ্টি কৰা প্ৰবন্ধৰ পৰা বিলোপ টেগ আঁতৰাই নিদিব। ইয়াৰ সলনি প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠাত আপুনি বিলোপনৰ বিপক্ষে যুক্তি দৰ্শাব পাৰে বা আন সক্ৰিয় সদস্যলৈ অপেক্ষা কৰিব পাৰে। ধন্যবাদ। চন্দন চিৰিং ফুকন ✉️ 16:43, 16 November 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক