Kaushik Das
নমস্কাৰ, Kaushik Das
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
--অম্লান জ্যো ব 17:21, 27 জানুৱাৰী 2012 (UTC)
ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্প
সম্পাদনা কৰককৌশিক এইখন চাবিচোন, যোগদান কৰিবি, লগতে কিবা সাল-সলনি কৰিব লগা হ’লেও কৰিবি |
ৱিকিপিডিয়া:ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্প
দীপাংকৰ চেতিয়া বাৰ্তা 19:06, 7 ফেব্ৰুৱাৰী 2012 (UTC)
পুৰস্কাৰ
সম্পাদনা কৰকঅক্লান্ত কৰ্মী পদক | ||
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ ধন্যবাদ হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ। বিষ্ণু শইকীয়া বাৰ্তা 10:32, 14 ফেব্ৰুৱাৰী 2012 (UTC) |
উপহাৰ
সম্পাদনা কৰকThe Working Wikipedian's Barnstar | |
প্ৰিয় সতীৰ্থ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। Jyoti Prakash Nath 15:32, 20 ফেব্ৰুৱাৰী 2012 (UTC) |
অসমীয়া খাদ্যত ব্যৱহৃত শাক পাচলিসমূহৰ ছবি
সম্পাদনা কৰকৰঙা খুটৰা/হাঁহঠেঙীয়া আৰু ব্ৰাহ্মী শাকৰ পাত দেখিবলৈ প্রায় একে যদিও গা-গছৰ ৰং আৰু পাতৰ ৰঙৰ অলপ পাৰ্থক্য আছে ৷ ব্রাহ্মী শাক আপল'ড কৰা হ'ল । মন কৰিবচোন ৷ মৌচুমী (talk)
২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান
সম্পাদনা কৰকপ্ৰিয় Kaushik Das,
২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।
ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।
প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
সম্পাদনা কৰকGreetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.