AdoroniBot (বাৰ্তা) 11:16, 23 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

বিজ্ঞাপন

নমস্কাৰ, অসমীয়া ৱিকিপিডিয়াত সম্পাদনা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ বাবে ধন্যবাদ। কিন্তু আপুনি কৰা শেহতীয়া সম্পাদনাসমূহত কিছুমান ৱিকিৰ নীতি উলঙ্ঘা কাৰ্য কৰা পৰিলক্ষিত হৈছে। ৱিকিপিডিয়া কোনো আত্মপ্ৰচাৰ আৰু বিজ্ঞাপনৰ স্থান নহয়। ইয়াৰোপৰি ৱিকিত নিবন্ধিত নোহোৱা সদস্য পৃষ্ঠা সৃষ্টি কৰা অনুচিত। গতিকে আপোনাক এই কাৰ্য কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰা হ’ল। ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 14:04, 2 December 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক