— গীতাৰ্থ বৰদলৈ (talk) 06:17, 23 ফেব্ৰুৱাৰী 2013 (UTC)

নতুন প্ৰবন্ধ

সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি আপুনি দেখুওৱা আগ্ৰহৰ বাবে ধন্যবাদ। আপুনি "শালমাৰী-দীঘলীয়া যুব সংঘ" নামৰ এটা প্ৰবন্ধ সৃষ্টি কৰা চকুত পৰিল। প্ৰবন্ধটোত কেইটামান ত্ৰুটি আছে। অনুগ্ৰহ কৰি ৱিকিপিডিয়াৰ সাধাৰণ নীতি-নিয়ম আৰু লিখন প্ৰক্ৰিয়াসমূহৰ বিষয়ে জানিবলৈ 'ৱিকিপিডিয়া:পাঁচটা স্তম্ভ', 'ৱিকিপিডিয়া:সৰল সহায়িকা', 'সহায়:নতুন প্ৰবন্ধ আৰম্ভ কৰক', 'ৱিকিপিডিয়া:সহায়িকা' আদি পৃষ্ঠাকেইখনত চকু ফুৰাওক। কিবা অসুবিধা পালে মোৰ বাৰ্তা পৃষ্ঠাত বা আমাৰ ফে'চবুক গ্ৰুপত প্ৰশ্ন সুধিব পাৰে। — গীতাৰ্থ বৰদলৈ (talk) 06:24, 23 ফেব্ৰুৱাৰী 2013 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান

সম্পাদনা কৰক

প্ৰিয় Kishor Gogoi,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters

সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.