Minu Dutta
নমস্কাৰ, Minu Dutta
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
তথ্যৰ উৎস বা ৰেফাৰেঞ্চ দিয়াৰ পদ্ধতি
সম্পাদনা কৰকনমস্কাৰ। অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ আগ্ৰহ আৰু অৱদানৰ বাবে অশেষ ধন্যবাদ জনালোঁ। শেহতীয়াকৈ আপুনি সৃষ্টি কৰা উপভাষা প্ৰৱন্ধটোত তথ্যসূত্ৰ সঠিকভাৱে আৰু সহজতে কেনেকৈ দিব পাৰি সেই বিষয়ে জানিবলৈ আপুনি লিংকটোত ক্লিক কৰিব পাৰে নাইবা chandan.official7@gmail.com ঠিকনাত মোলৈ ই-মেইল প্ৰেৰণ কৰিব পাৰে। আশা কৰিছোঁ অসমীয়া ৱিকিপিডিয়াৰ সৈতে আপুনি আগলৈয়ো বৰঙণি আগবঢ়াই যাব।--Chandan Chiring Phukon Let's chat 14:48, 28 November 2020 (ইউ.টি.চি.)