-தமிழ்க்குரிசில் (talk) 11:10, 2 September 2015 (UTC)

নিজৰ নামৰ পৃষ্ঠা সম্পাদনা কৰক

ৱিকিপিডিয়াৰ নিয়ম অনুসৰি আপুনি নিজৰ নামৰ পৃষ্ঠা সৃষ্টি কৰিব নোৱাৰে, (সেয়ে আপুনি সৃষ্টি কৰা, Rockteem Bhattachjree পৃষ্ঠাটো বিলোপনৰ বাবে মনোনীত কৰা হৈছে)। আপোনাৰ বিষয়ে পৃষ্ঠা সৃষ্টি কৰিবলৈ হ’লে সেইয়া আনে কৰিব লাগিব, লগতে সেই পৃষ্ঠাৰ ৱিকিপিডিয়াত স্থান পোৱাৰ নূন্যতম যোগ্যাতা থাকিব লাগিব। অৱ্শ্যে আপুনি নিজৰ সদস্য পৃষ্ঠাত নিজৰ বিষয়ে বিষদ ভাৱে লিখিব পাৰে। দীপাংকৰ চেতিয়া? 13:40, 2 September 2015 (UTC)

অতি চমু প্ৰৱন্ধ সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়াত আপোনাৰ আগ্ৰহ দেখি আনন্দিত হৈছো। আপুনি শেহতীয়াকৈ সৃষ্টি কৰা নাহিদ আফৰীন প্ৰৱন্ধটোত যথোপযুক্ত তথ্য বা সমল নাই। তাৰোপৰি ৱিকিপিডিয়াৰ নিয়ম অনুসৰি প্ৰৱন্ধ এটাৰ ভাষা নিৰপেক্ষ হোৱা উচিত। উদাহৰণস্বৰূপে "তেওঁৰ বাবে আজি অসম গৌৰৱাম্বিত" - এইধৰণৰ বাক্য ব্যৱহাৰ কৰিব নালাগে। অনুগ্ৰহ কৰি কমেও এটা দফাত ব্যক্তিগৰাকীৰ বিষয়ে তথ্য সন্নিৱিষ্ট কৰক। অসুবিধা পালে অসমীয়া ৱিকিপিডিয়াৰ ফেচবুক গোটত জনাব। আগলৈয়ো আপোনাৰ সহযোগিতা কামনা কৰিলো।--নিয়ৰপৰশ (talk) 05:23, 3 September 2015 (UTC)

নাহিদ আফৰীন সম্পাদনা কৰক

বাৰ্তা:নাহিদ আফৰীন - ইয়াত চাওক।

প্রভাকৰ শৰ্মা নেওগ (talk) 15:27, 5 September 2015 (UTC)