বিষ্ণু শ‍ইকীয়াবাৰ্তা 17:14, 9 এপ্ৰিল 2012 (UTC)

হীৰুদাৰ এটা পৃষ্ঠা আগৰ পৰাই আছিল| আপুনি সন্ধান কৰি নাচালে হ’বলা?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 16:14, 20 এপ্ৰিল 2012 (UTC)

একে নাম, একে বিষয়ৰ দুটা প্ৰবন্ধ থাকিব নোৱাৰে নহয়| একলগ কৰিব লাগিব| আপুনিও সেই কাম কৰিব পাৰে|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 16:41, 20 এপ্ৰিল 2012 (UTC)