সমৰ হাজৰিকা (ইংৰাজী: Samar Hazarika) অসমৰ এজন কণ্ঠশিল্পী। প্ৰথিতযশা সংগীত শিল্পী ভূপেন হাজৰিকাৰ তেওঁ কনিষ্ঠ ভাতৃ। অনাতাঁৰ কেন্দ্ৰ আৰু এলবামৰ বাবে গীত গোৱাৰ উপৰিও তেওঁ বহু কেইখন অসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীও আছিল।[1]

সমৰ হাজৰিকা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা কণ্ঠশিল্পী
উল্লেখযোগ্য কৰ্ম বোৱাৰী
পিতৃ-মাতৃ নীলকান্ত হাজৰিকা
শান্তিপ্ৰিয়া হাজৰিকা
সন্তান ডাৱৰ
কুঁৱলী
আত্মীয়-স্বজন ভূপেন হাজৰিকা (জ্যেষ্ঠ ভাতৃ)
জয়ন্ত হাজৰিকা (জ্যেষ্ঠ ভাতৃ)

১৯৬০ চনত সমৰ হাজৰিকাই সংগীত জীৱন আৰম্ভ কৰিছিল আৰু ১৯৬৮ চনত তেওঁৰ প্ৰথম এলবাম "উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী" মুক্তি পাইছিল।

কণ্ঠদান কৰা চলচ্চিত্ৰ সম্পাদনা কৰক

  1. উপপথ
  2. বোৱাৰী[2]
  3. প্ৰভাতী পখীৰ গান[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "সোণালী গীত". ডি ডি অসম. https://www.youtube.com/watch?v=_rlS-YGkIkI। আহৰণ কৰা হৈছে: 8 May 2023. 
  2. বাবুল দাস (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন. বাণী মন্দিৰ, ডিব্ৰুগড়. 
  3. Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 379.