সাঁচ:আজিৰ আপুনি জানেনে-২৩

  • ...যে নীৰজা ভানোট ‘অশোক চক্ৰ’ বঁটা বিজয়ী আটাইতকৈ কম বয়সীয়া ব্যক্তি আৰু একমাত্ৰ মহিলা?
  • ...যে খুব গৰমৰ দিনত, পকী ৰাস্তাত এনে পৰিঘটনামৰীচিকা দেখা পোৱা যায় আৰু ৰাস্তাত পানী পৰি আছে বুলি ভুল কৰা যায়?
  • ...যে এখন জাহাজ বা আন জলযানে এঘণ্টাত ৬০৭৬১২ ফুট বা ১৮৫২ মিটাৰ বা ১.৮ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিলে তাক এক নট (1 Nautical Mile) বুলি জোখা হয়?
  • ...যে বেদৰ শেষ (অন্ত) ভাগ হোৱা বাবে উপনিষদক "বেদান্ত" বুলিও জনা যায়?