সোণাৰ বৰণ পাখি (চলচ্চিত্ৰ)
অসমীয়া চলচ্চিত্ৰ
সোণাৰ বৰণ পাখি হ’ল গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপৰত আধাৰিত ২০১৬ চনত মুক্তি লাভ কৰা এখন অসমীয়া ছবি।[6] ছবিখনৰ পৰিচালক হ’ল ববী শৰ্মা বৰুৱা।[7][8]
সোণাৰ বৰণ পাখি | |
---|---|
পৰিচালক | ববী শৰ্মা বৰুৱা[1] |
ৰচনা | ববী শৰ্মা বৰুৱা ভাস্কৰ জ্যৌতি দাস জিতেন শৰ্মা[2] |
প্ৰযোজক | ববী শৰ্মা বৰুৱা অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত[3] |
অভিনয়ত | প্ৰাঞ্জল শইকীয়া কমল প্ৰিয়া দাস নিলিম চেতিয়া প্ৰণামী বৰা সুস্মিতা ৰয় ধ্ৰুৱ জ্যৌতি কুমাৰ আৰতি বৰুৱা জগদীশ ডেকা |
চিত্ৰগ্ৰহণকাৰী | অভিজিত নন্দি |
সম্পাদনা | ৰাতুল ডেকা |
সংগীত পৰিচালক | সৌৰভ মহন্ত |
প্ৰযোজনা কোম্পানী |
|
পৰিবেশক | বিবি এণ্টাৰটেইনমেন্ত[5] |
মুক্তি |
২৩ অক্টোবৰ ২০১৬( জিও মামী মুম্বাই ফিল্ম ফেষ্টিভেল) ২৪ নৱেম্বৰ ২০১৭ |
দেশ | ভাৰত |
ভাষাসমূহ | গোৱালপাৰীয়া অসমীয়া বঙালী ৰাজবংশী |
কলা-কুশলী
সম্পাদনা কৰক- আগ বয়সৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ চৰিত্ৰত প্ৰণামী বৰা
- প্ৰকৃতিষ বৰুৱাৰ চৰিত্ৰত প্ৰাঞ্জল শইকীয়া
- বৃদ্ধ বয়সৰ প্ৰতিমা বৰুৱাৰ চৰিত্ৰত আৰতি বৰুৱা
- প্ৰতিমা বৰুৱাৰ মাতৃৰ চৰিত্ৰত কমল প্ৰিয়া দাস
- শিশু অৱস্থাৰ প্ৰতিমা বৰুৱাৰ চৰিত্ৰত সুস্মিতা ৰয়
- গংগা শংকৰ পাণ্ডেৰ চৰিত্ৰত জগদীশ ডেকা
- ঋত্বিক ঘটকৰ চৰিত্ৰত ধ্ৰুৱ জ্যৌতি কুমাৰ
- ভূপেন হাজৰিকাৰ চৰিত্ৰত নিলিম চেতিয়া
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Sonar Baran Pakhi - Latest news, videos on Sonar Baran Pakhi | Scroll.in". scroll.in. https://scroll.in/tag/Sonar%20Baran%20Pakhi। আহৰণ কৰা হৈছে: 2 April 2017.
- ↑ "With a strong spirit of filmmaking". The Hindu. http://www.thehindu.com/entertainment/movies/With-a-strong-spirit-of-filmmaking/article17282659.ece। আহৰণ কৰা হৈছে: 2 April 2017.
- ↑ "Fuelling the indie spirit - Chennai". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/Fuelling-the-indie-spirit/article16410323.ece। আহৰণ কৰা হৈছে: 2 April 2017.
- ↑ "Assam's Bobby Sarma Barua is really making it big in the international film-making scenario!". thenortheasttoday.com. Archived from the original on 2 April 2017. https://web.archive.org/web/20170402175317/http://thenortheasttoday.com/assams-bobby-sarma-barua-is-really-making-it-big-in-the-international-film-making-scenario/। আহৰণ কৰা হৈছে: 2 April 2017.
- ↑ "Sonar Baran Pakhi | Bobby Sarma Baruah | Kolkata International Film Festival 2016". kff.in. Archived from the original on 2 April 2017. https://web.archive.org/web/20170402170954/http://kff.in/film.php?f=477। আহৰণ কৰা হৈছে: 2 April 2017.
- ↑ "' Sonar Boron Pakhi' : New Biopic on Pratima Barua Pande". kothasobi.com. Archived from the original on 2 April 2017. https://web.archive.org/web/20170402170733/http://www.kothasobi.com/movie/sonar-boron-pakhi-new-biopic-on-pratima-barua-pande/। আহৰণ কৰা হৈছে: 2 April 2017.
- ↑ "A day for films in India's lesser-known languages | Bengaluru News - Times of India". timesofindia.indiatimes.com. http://timesofindia.indiatimes.com/city/bengaluru/a-day-for-films-in-indias-lesser-known-languages/articleshow/57011999.cms। আহৰণ কৰা হৈছে: 2 April 2017.
- ↑ "www.thedailystar.net/arts-entertainment/film/curtains-dhaka-intl-film-fest-1348798". thedailystar.net. http://www.thedailystar.net/arts-entertainment/film/curtains-dhaka-intl-film-fest-1348798। আহৰণ কৰা হৈছে: 2 April 2017.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- সোণাৰ বৰণ পাখি (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।