প্ৰাঞ্জল শইকীয়া
প্ৰাঞ্জল শইকীয়া (ইংৰাজী: Pranjal Saikia) এজন অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা। তেখেতে ইয়াৰ উপৰিও এজন প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালকো। তেখেতে বৰ্তমানলৈ প্ৰায় ৩০খন অসমীয়া চলচ্চিত্ৰ আৰু বহুকেইখন নাটকত অভিনয় কৰিছে[1]।
প্ৰাঞ্জল শইকীয়া | |
---|---|
জন্ম | ১৬ জানুৱাৰী ১৯৫২ যোৰহাট, অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেতা, প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক |
দাম্পত্যসঙ্গী | পূৰ্ণিমা পাঠক শইকীয়া |
অভিনীত অসমীয়া চলচ্চিত্ৰ
সম্পাদনা কৰক- ফাগুনী
- উপপথ
- আজলী নবৌ
- প্ৰিয়জন
- সোণ মইনা
- এই দেশ মোৰ দেশ
- প্ৰতিমা
- মন মন্দিৰ
- প্ৰতিদান
- ককাদেউতা নাতি আৰু হাতী (১৯৮৪)
- হালধীয়া চৰায়ে বাওধান খায় (১৯৮৭)
- পিতা-পুত্ৰ (চলচ্চিত্ৰ)
- একত্ৰিশ জুন
- ময়ূৰী
- ভাই-ভাই
- পাহাৰী কন্যা
- প্ৰভাতী পখীৰ গান
- উৰ্বশী
- পানী
- কালসন্ধ্যা (১৯৯৭)
- যৌৱনে আমনি কৰে
- ৰাগ-বিৰাগ
- হিয়া দিয়া নিয়া
- অনল
- দাগ
- নায়ক
- বিধাতা
- বাৰুদ
- অন্য এক যাত্ৰা
- চক্ৰবেহু
- জয়মতী (২০০৬)
- অদম্য
- প্ৰিয়াৰ প্ৰিয়
অভিনীত নাটক
সম্পাদনা কৰক- টেক্সী দ্ৰাইভাৰ (নাট্যকাৰ- নাট্যসম্ৰাট প্ৰফুল্ল বৰা)
- সাঁকো (নাট্যকাৰ- নাট্যসম্ৰাট প্ৰফুল্ল বৰা)
- চিৰাজ(নাট্যকাৰ - নটসূৰ্য্য ফণী শৰ্ম্মা)
- কাৰেঙৰ লিগিৰী(নাট্যকাৰ-ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা)
- নিমাতী কন্যা(নাট্যকাৰ- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা)
- জন্মভূমি আদি[1]।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Pranjal Saikia". Axom Artists. ৩০ মে', ২০১২. http://axomartists.blogspot.in/2012/05/pranjal-saikia.html। আহৰণ কৰা হৈছে: ২১ জানুৱাৰী, ২০১৩.