প্ৰাঞ্জল শইকীয়া (ইংৰাজী: Pranjal Saikia) এজন অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা। তেখেতে ইয়াৰ উপৰিও এজন প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালকো। তেখেতে বৰ্তমানলৈ প্ৰায় ৩০খন অসমীয়া চলচ্চিত্ৰ আৰু বহুকেইখন নাটকত অভিনয় কৰিছে[1]

প্ৰাঞ্জল শইকীয়া
জন্ম ১৬ জানুৱাৰী ১৯৫২
যোৰহাট, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেতা, প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক
দাম্পত্যসঙ্গী পূৰ্ণিমা পাঠক শইকীয়া

অভিনীত অসমীয়া চলচ্চিত্ৰ

সম্পাদনা কৰক

অভিনীত নাটক

সম্পাদনা কৰক
  • টেক্সী দ্ৰাইভাৰ (নাট্যকাৰ- নাট্যসম্ৰাট প্ৰফুল্ল বৰা)
  • সাঁকো (নাট্যকাৰ- নাট্যসম্ৰাট প্ৰফুল্ল বৰা)
  • চিৰাজ(নাট্যকাৰ - নটসূৰ্য্য ফণী শৰ্ম্মা)
  • কাৰেঙৰ লিগিৰী(নাট্যকাৰ-ৰূপকোঁ‌ৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা)
  • নিমাতী কন্যা(নাট্যকাৰ- ৰূপকোঁ‌ৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা)
  • জন্মভূমি আদি[1]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 "Pranjal Saikia". Axom Artists. ৩০ মে', ২০১২. http://axomartists.blogspot.in/2012/05/pranjal-saikia.html। আহৰণ কৰা হৈছে: ২১ জানুৱাৰী, ২০১৩. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক