হিণ্ডূৰী ভাষা
হিণ্ডূৰী (বা হণ্ডূৰী) এটি পশ্চিমীয়া পাহাড়ী ভাষা যি ভাৰতীয়-আৰ্য ভাষা পৰিয়ালৰ এটি উপ-গোট।[1] এই ভাষা মুখ্যতঃ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত ব্যৱহাৰ কৰা হয়।
Northern Indo-Aryan | |
---|---|
Pahari | |
ভৌগোলিক বিস্তৃতি: |
Nepal and north-western India |
ভাষাৰ শ্ৰেণীবিভাজন: | Indo-European
|
উপশ্ৰেণীসমূহ: |
—
|
লিপি
সম্পাদনা কৰকস্থিতি
সম্পাদনা কৰকএই ভাষাক প্ৰায় পাহাড়ী বা হিমাচলী বুলিও অভিহিত কৰা হয়। কোনো কোনোৱে ইয়াক পাঞ্জাবী বা ডোগৰী ভাষাৰ উপ-ভাষাও গণ্য কৰে। ইউনেস্ক'ৰ মতে, এই ভাষা বিষমভাৱে লুপ্তপ্ৰায় শাখাৰ অন্তৰ্ভুক্ত, যাৰ অৰ্থ হ'ল এই ভাষা কোৱা আতাইতকৈ কম বয়সীয়া লোক বৰ্তমাতে ককাক-বা আইতাক আৰু তেওঁলোকেও কেতিয়াবা কেতিয়াবাহে বা আংশিকভাৱেহে এই ভাষা কয়।[3]
২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাত এই দাবী তুলি ধৰা হৈছিল যে ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত 'পাহাড়ী (হিমাচলী)' অন্তৰ্ভুক্ত কৰা উচিত, যি কেইবাটাও হিমাচলী পাহাড়ী ভাষাক একেলগে প্ৰতিনিধিত্ব কৰিব।[4] তাৰ পাছত এই দিশত কোনো কথা আগবঢ়া দেখা যোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ভাষাক বচোৱাৰ চেষ্টা চলাই আহিছে।[5] ৰাজনৈতিক কাৰণত এই ভাষাক বৰ্তমানে হিন্দী ভাষাৰ উপ-ভাষা বুলি নথিভুক্ত কৰা হয়, যদিও হিন্দীভাষী আৰু হিণ্ডূৰীভাষী লোকে সহজে ইজনে সিজনৰ কথা বুজিব নোৱাৰে।[6]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Linguistic Survey Of India (Volume 9, Part 4). পৃষ্ঠা. 586-592.
- ↑ Linguistic Survey Of India Vol.9 Part.4. প্ৰকাশক India. 1916. পৃষ্ঠা. 588-590.
- ↑ "Endangered Language". 15 April 2011. https://www.theguardian.com/news/datablog/2011/apr/15/language-extinct-endangered.
- ↑ . https://zeenews.india.com/news/himachal-pradesh/hp-for-inclusion-of-pahari-language-in-eighth-schedule_615857.html.
- ↑ . https://www.thestatesman.com/cities/demand-for-pahari-as-language-in-8th-schedule-of-constitution-1479046804.html.
- ↑ "Indian Language Census". https://censusindia.gov.in/2011Census/Language-2011/Statement-1.pdf.