হিৰণ্য ডেকা
আসমীয়া অভিনয় শিল্পী
হিৰণ্য ডেকা (ইংৰাজী: Hiranya Deka) অসমৰ এগৰাকী অভিনয় শিল্পী।[1] ১৯৮১ চনত 'অপৰূপা' নামৰ ছবিখনৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰৰ জগতত খোজ পেলায়। [2]তেওঁ অভিনয় কৰা অন্যান্য কথাছবি হৈছে 'ইমান মৰম কিয় লাগে', 'কন্যাদান', 'বিধাতা', 'মিঠা মিঠা লগনত', 'কাদম্বৰী', 'ৰত্নাকৰ' আদি।[3] ইয়াৰ উপৰি তেওঁ বহুকেইখন দূৰদৰ্শন ধাৰাবাহিকতো অভিনয় কৰিছে।
হিৰণ্য ডেকা | |
---|---|
জন্ম | অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেতা |
সক্ৰিয় হৈ থকা সময় | ১৯৮১-বৰ্তমানলৈকে |
চলচ্চিত্ৰপঞ্জী
সম্পাদনা কৰকএই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ৰ নং | চলচ্চিত্ৰ | চন | ভূমিকা |
---|---|---|---|
১ | অপৰূপা | ১৯৮১ | সহ-অভিনেতা |
২ | আই কিল্ড হিম, ছাৰ | ১৯৯৫ | সহ-অভিনেতা |
৩ | হিয়া দিয়া নিয়া | ২০০০ | সহ-অভিনেতা |
৪ | তুমি মোৰ মাথোঁ মোৰ | ২০০০ | সহ-অভিনেতা |
৫ | ইমান মৰম কিয় লাগে | ২০০২ | সহ-অভিনেতা |
৬ | কন্যাদান | ২০০২ | সহ-অভিনেতা |
৭ | মিঠা মিঠা লগনত | ২০০২ | সহ-অভিনেতা |
৮ | ত্যাগ | ২০০২ | সহ-অভিনেতা |
৯ | জুমন সুমন | ২০০৩ | সহ-অভিনেতা |
১০ | বিধাতা | ২০০৩ | সহ-অভিনেতা |
১১ | কাদম্বৰী | ২০০৪ | সহ-অভিনেতা |
১২ | কুকুৰীকণা | ২০০৫ | অভিনেতা |
১৩ | সৰু বোৱাৰী | ২০০৬ | সহ-অভিনেতা |
১৪ | অধিনায়ক | ২০০৬ | সহ-অভিনেতা |
১৫ | জীৱন বাটৰ লগৰী | ২০০৯ | সহ-অভিনেতা |
১৬ | ৰণাংগন | ২০১৩ | সহ-অভিনেতা |
১৭ | গানে কি আনে | ২০১৬ | সহ-অভিনেতা |
১৮ | কোঁৱৰপুৰৰ কোঁৱৰ | ২০১৭ | সহ-অভিনেতা |
১৯ | প্ৰতিঘাত | ২০১৯ | সহ-অভিনেতা |
২০ | ৰত্নাকৰ | ২০১৯ | সহ-অভিনেতা |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Hiranya Deka". imdb.com. https://m.imdb.com/name/nm9741092/bio?ref_=nm_ov_bio_sm। আহৰণ কৰা হৈছে: 1 May 2023.
- ↑ "সাক্ষাৎকাৰ – হিৰণ্য ডেকা". সাক্ষাৎকাৰ. ফটাঢোল. ১ জানুৱাৰী, ২০১৮. https://fotadhol.com/?p=2648। আহৰণ কৰা হৈছে: 24 মে' 2024.
- ↑ "Hiranya Deka Filmography". indianfilmhistory.com. https://www.indianfilmhistory.com/filmography/hiranya-deka। আহৰণ কৰা হৈছে: 1 May 2023.